• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুগল মেপ ব্যৱহাৰ কৰি দুৰ্দশা; পৰিল হিমশীতল নদীত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2020 5:12 pm

2 min read

Google map

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

33.2k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত বিশ্বৰ বেছিভাগ লোকে বিভিন্ন স্থান তথা পথৰ সন্ধানৰ বাবে নিজৰ স্মাৰ্টফোনত গুগল মেপ ব্যৱহাৰ কৰে।

গুগল মেপে সুন্দৰকৈ স্মাৰ্টফোনতে ব্যৱহাৰকাৰীক পথৰ লগতে নিৰ্দিষ্ট স্থানৰ নিৰ্দেশনা প্ৰদান কৰে। এই সেৱা সঠিকভাৱে প্ৰদান কৰাৰ বাবে গুগল মেপ সময়ে সময়ে নিজে নিজে আপগ্ৰেড হৈ আহিছে।

অলপতে গুগলে এই এপটোৰ ১৫ সংখ্যক জন্মদিন পালন কৰে। মানুহে এই উপলক্ষ্যে গুগলক ধন্যবাদেৰে ওপচাই পেলালেও আমেৰিকাৰ এগৰাকী ব্যক্তিয়ে গুগলৰ প্ৰতি গভীৰ অভিযোগ আনিছে।

ব্যক্তি গৰাকীয়ে উল্লেখ কৰা মতে, তেওঁ গুগল মেপত হিমশীতল মিছিছিপি নদী খোজকাঢ়ি পাৰ হোৱাৰ বাবে নিৰ্দেশনা লাভ কৰিছিল।

স্থানীয় বাতৰিত উল্লেখিত বাতৰি অনুসৰি ঘটনাটো নিশা ৩ বজাত সংঘটিত হৈছিল।

আমেৰিকাৰ ব্যক্তিগৰাকীয়ে হিমশীতল মিছিছিপি নদীৰ মাজেৰে খোজকাঢ়ি গৈ ভাগৰি পৰে আৰু তিনিবাৰ পৰি যাবলগীয়া হয়।

পৰৱৰ্তী সময়ত তেওঁক উদ্ধাৰ কৰা হয় আৰু কিয় এনে কৰিছিল বুলি সোধাত তেওঁ গুগল মেপত হিমশীতল মিছিছিপি নদী খোজকাঢ়ি পাৰ হ’ব পৰা যায় বুলি নিৰ্দেশনা লাভ কৰিছিল বুলি উল্লেখ কৰে।

বাতৰিটোত ঘটনাটো আমেৰিকাৰ ষ্টোন আৰ্ক দলঙৰ সমীপত সংঘটিত হৈছিল বুলি কোৱা হৈছে।

পৰৱৰ্তী সময়ত সুস্থ হৈ উঠা ব্যক্তি গৰাকীয়ে তেওঁৰ এই দুৰৱস্থাৰ বাবে গুগল মেপৰ ভুল নিৰ্দেশনাক জগৰীয়া কৰে।

উল্লেখযোগ্য যে, গুগল মেপ সময়ে সময়ে আপগ্ৰেড হৈ থকাৰ পৰিপ্ৰেক্ষিতত মাজে সময়ে কৰোবাত পথ বন্ধ আছেনে নাই এনেকুৱা ধৰণৰ তথ্য সঠিকভাৱে উপস্থাপন নহয় বুলি জানিব পৰা গৈছে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd