• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰয়াত তৰুণ গগৈৰ স্মৃতি চিৰ যুগমীয়া কৰিবলৈ ডিজিটেল লাইব্ৰেৰী স্থাপন কৰিব পুত্ৰ গৌৰৱ গগৈয়ে

কাৰোবাৰ লগত তৰুণ গগৈৰ ফটোগ্ৰাফ থাকিলে প্ৰেৰণ কৰিবলৈ অনুৰোধ পুত্ৰ গৌৰৱৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 29, 2020 2:44 pm

1 min read

প্ৰয়াত তৰুণ গগৈৰ স্মৃতি চিৰ যুগমীয়া কৰিবলৈ ডিজিটেল লাইব্ৰেৰী স্থাপন কৰিব পুত্ৰ গৌৰৱ গগৈয়ে
512
VIEWS
Share on FacebookShare on Twitter

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতি চিৰ যুগমীয়া কৰিবলৈ ডিজিটেল লাইব্ৰেৰী স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে।

সেয়েহে কোনো সদাশয় ব্যক্তিৰ লগত যদি তৰুণ গগৈৰ ফটোগ্ৰাফ আছে তেন্তে  whatsapp যোগে প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে পুত্ৰ গৌৰৱে।

ফেচবুক যোগে এই কথা জনাইছে পুত্ৰ গৌৰৱ গগৈয়ে।

এক ফেচবুক পোষ্টযোগে তেওঁ কয় “অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ স্মৃতিত যুগমীয়া কৰাৰ বাবে এটা ডিজিটেল ফটো লাইব্ৰেৰী কৰাৰ মানস কৰিছো ৷”

a trun gogoi 1

” আপোনালোকৰ লগত যদি শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ পুৰণি ফটোগ্ৰাফ যদি আপোনালোকৰ লগত যদি আছে, তেন্তে তলত দিয়া ফোন নম্বৰত WhatsApp কৰিবলৈ অনুৰোধ জনাইছো ৷”

গৌৰৱে লগতে ব্যক্তিসকলৰ নাম, ফটোৰ চন, তাৰিখ আৰু স্থানৰ লগতে স্মৃতিখিনিৰ সৈতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনায় ৷
তেওঁ দিয়া whatsapp নম্বৰটো হ’ল +917086016333।

উল্লেখযোগ্য যে, যোৱা ২৩ নৱেম্বৰৰ দিনা সন্ধ্যা ৫:৩৪ বজাত অসমবাসীক কন্দুৱাই বিদায় মাগিছিল সৰ্বাধিক কালৰ বাবে মুখ্যমন্ত্ৰী হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

যোৱা ২৬ নৱেম্বৰৰ দিনা পঞ্চভূতত বিলীন হৈছিল চিৰ তৰুণ গৰাকী।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd