• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এজন যুৱকৰ মাটি দখল কৰিলে চৰকাৰে! সুউচ্চ টেংকীৰ ওপৰত উঠি প্ৰতিবাদ ভুক্তভোগীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 24, 2024 11:41 am
86
VIEWS
Share on FacebookShare on Twitter

সুউচ্চ পানীৰ টেংকী! এজন যুৱক তাৰ ওপৰলৈ উঠিছে। হঠাৎ পথাৰত কৰ্মৰত এজন ব্যক্তিয়ে ঘটনাটো দেখিলে। কাষৰ ৰাইজৰ চিঞৰ-বাখৰত কোনো গুৰুত্ব নিদিয়াকৈ যুৱকজনে টেংকীৰ ওপৰত বহিল। তাত বহি ইটোৰ পিছত সিটোকৈ যুৱকজনে আত্মহত্যাৰ ভাবুকি দিছে। কিন্তু হঠাৎ কিয় এনে হ’ল?

আচলতে চৰকাৰৰ বিৰুদ্ধে খং। যুৱকজনে ক্ষোভ প্ৰকাশ কৰিবলৈ পানীৰ টেংকীৰ পৰা জপিয়াই পৰাৰ ভাবুকি দিয়ে। অৱশেষত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰে। এই ঘটনা সংঘটিত হৈছিল ৰাজস্থানৰ আজমেৰত।

ৰাজস্থানৰ আজমেৰৰ বাসিন্দা ত্ৰিশ বছৰীয়া চুলেইমান। চৰকাৰৰ প্ৰতি তেওঁৰ ক্ষোভ আছে৷আজমেৰ উন্নয়ন কৰ্তৃপক্ষক ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ পানীৰ টেংকিত উঠিছিল।তেওঁৰ মতে, যদিহে মাটি ঘূৰাই নিদিয়ে তেন্তে তেওঁ আত্মহত্যা কৰিবলৈ বাধ্য হ’ব। পৃথ্বীৰাজ নগৰত তেওঁৰ ৩.৫ বিঘা মাটি আছে বুলি অভিযোগ উত্থাপন কৰে চুলেইমানে। ১০ বছৰ পূৰ্বে আজমেৰ উন্নয়ন কৰ্তৃপক্ষই এই ভূমি অধিগ্ৰহণ কৰিছিল।

সেই মাটিৰ পৰিবৰ্তে তিনি বিঘা মাটি আন ঠাইলৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো প্ৰশাসনে আজিলৈকে পূৰণ কৰিব পৰা নাই। ইমান দিন বিভিন্ন অফিচত দৌৰি ফুৰাৰ পিছতো কোনো লাভ নহ’ল। আদালতত গোচৰটো যুঁজিবলৈ তেওঁৰ হাতত টকা নাই। ফলত তেওঁ আত্মহত্যাৰ পথ বাছি ল’ব লগা হয়। পাঁচটা দীঘলীয়া ঘণ্টাৰ পাছতো কোনেও তেওঁক টেংকীৰ পৰা উলিয়াই আনিব নোৱাৰিলে।

অৱশেষত আৰক্ষী আৰু কৰ্তৃপক্ষৰ আশ্বাস লৈ পানীৰ টেংকীৰ পৰা নামি আহিল চুলেইমান। আজমেৰ উন্নয়ন কৰ্তৃপক্ষই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd