• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ফেব্ৰুৱাৰীত গো-বিজ্ঞান পৰীক্ষা : আজৱ পাঠ্যক্ৰম; গৰুক হত্যা কৰিলেই আহে ভূমিকম্প!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 7, 2021 9:49 am

2 min read

948033-cowdnafile
171
VIEWS
Share on FacebookShare on Twitter

কি এই যে বিচিত্ৰ আৰু আজৱ এই দেশ! দেশত প্ৰথমবাৰ অনুষ্ঠিত হ’বলৈ গৈ আছে গো-বিজ্ঞানৰ অনলাইন পৰীক্ষা।

উল্লেখ্য যে বিজেপিয়ে শাসনৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা দেশত গো-মাতা হৈছে পৰিছে এক ৰাজনৈতিক হাথিয়াৰ। ইতিমধ্যে বিজেপি শাসিত কিছু ৰাজ্যত গো-হত্যা নিষিদ্ধকৰণ আইন প্ৰণয়ন কৰা হৈছে।

ইফালে কৰ্ণাটক বিধানসভাত গো-মাতাৰ পূজনো কৰা হৈছে। দেশত গো-মাতাৰ প্ৰতি এইদৰে ভক্তি বৃদ্ধি হোৱাৰ সময়তে ৰাষ্ট্ৰীয় কামধেনু আয়োগৰ দ্বাৰা গৌ-বিজ্ঞান প্ৰচাৰ নামেৰে পৰীক্ষাও অনুষ্ঠিত কৰাৰ বাবে যো-জা চলিছে।

আয়োগে দেশত অহা ২৫ ফেব্ৰৱাৰীত প্ৰথম অনলাইন পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে।

কামধেনুৰ এই প্ৰচেষ্টাৰ অংশ হিচাপে ইতিমধ্যে নিজা ৱেবচাইটত পৰীক্ষাৰ পাঠ্যক্ৰম প্ৰকাশ কৰিছে। আৰু এই পাঠ্যক্ৰম দেখি সচেতন লোকৰ চকু কপালত উঠাৰ উপক্ৰম হৈছে।

পাঠ্যক্ৰমত কোৱা হৈছে দেশীয় গৰু অতি বিচক্ষণ তথা বুদ্ধিমান। কিন্তু জাৰ্চি গৰুবোৰ বিচক্ষণ বা বুদ্ধিমান নহয়।

ইমানেই নহয়, তেওঁলোকৰ মতে দেশীয় গৰুৱে মানুহ দেখিলে ওচৰলৈ গৈ নিজা অনুভূতি প্ৰকাশ কৰে কিন্তু বিদেশী গৰুৰ সেই অনুভূতি প্ৰকাশ কৰাৰ ক্ষমতাই নাই।

আনকি পাঠ্যক্ৰমত কোৱা হৈছে যে গৰু হত্যা কৰিলে ভূমিকম্পও আহে।

উল্লেখ্য যে এনেধৰণৰ আজৱ পাঠ্যক্ৰমেৰে কামধেনুৱে দেশত প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু কলেজতো গৰু বিষয়ে পৃথক বিষয় থাকিব বুলি জনাইছে। যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হ’ব তেওঁলোকক বিশেষ প্ৰশংসা পত্ৰৰ লগতে পুৰস্কাৰো প্ৰদন কৰা হ’ব।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd