• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰত জোড়ো যাত্ৰা বন্ধ কৰিবলৈ কেন্দ্ৰই ব্যৱহাৰ কৰিছিল সকলো শক্তি: আমেৰিকাত মন্তব্য ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2023 11:52 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় তিনিমাহ ধৰি ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি চলিছিল কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা। এই যাত্ৰাই লাভ কৰিছিল প্ৰবল জনসমৰ্থন। যাত্ৰাৰ সফলতাৰ প্ৰমাণ দি কংগ্ৰেছে শেহতীয়াকৈ জয়লাভ কৰিছিল কৰ্ণাটক বিধানসভা নিৰ্বাচনত।

কিন্তু যাত্ৰা চলি থকাৰ সময়ত কংগ্ৰেছ যথেষ্ট বাধাৰ সম্মুখীন হৈছিল। আনকি কেন্দ্ৰীয় চৰকাৰে ভাৰত জোড়ো যাত্ৰা বন্ধ কৰিবলৈ সমস্ত শক্তি ব্যৱহাৰ কৰিছিল। আজি ছান ফ্ৰান্সিস্কোত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই অভিযোগ কৰিছে যাত্ৰাৰ নেতৃত্ব বহন কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

Apply Now

আমেৰিকা ভ্ৰমণৰত কংগ্ৰেছ নেতাগৰাকী মঙলবাৰে ছান ফ্ৰান্সিস্কোত উপস্থিত হৈছিল। এই ভ্ৰমণৰ সময়ত তেওঁ প্ৰবাসী ভাৰতীয় আৰু আমেৰিকাৰ সাংসদসকলৰ সৈতে সাক্ষাৎ কৰিব। ছান ফ্ৰান্সিস্কোত আজি এক অনুষ্ঠানতে ভাৰত জোড়ো যাত্ৰাৰ কথা স্মৰণ কৰে গান্ধীয়ে।

কংগ্ৰেছ নেতাগৰাকীয়ে কয়, “ভাৰত জোড়ো যাত্ৰা বন্ধ কৰিবলৈ চৰকাৰে নিজৰ সকলো শক্তি ব্যৱহাৰ কৰিছিল। বিজেপিয়ে জনসাধাৰণক ভাবুকি দি চৰকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰি আছে। কিন্তু ইয়াৰ একো ফল নাপালে আৰু যাত্ৰাৰ প্ৰভাৱ বাঢ়িল।”

দেশবাসীৰ হৃদয়ত ‘ভাৰতত যোগদান কৰক’ ধাৰণা থকাৰ বাবেই যাত্ৰা সফল হোৱা বুলি উল্লেখ কৰি গান্ধীয়ে লগতে কয় যে দেশৰ জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ বাবে কংগ্ৰেছক প্ৰয়োজনীয় সকলো ব্যৱস্থা বিজেপি-আৰএছএছৰ নিয়ন্ত্ৰণত আছিল। সেয়ে জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ উদ্দেশ্যেই ভাৰত জোড়ো যাত্ৰা আৰম্ভ হৈছিল বুলি তেওঁ দোহাৰে।

উল্লেখ্য যে, বিগত বৰ্ষৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা ৩ হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰাৰ পিছত ৩০ জানুৱাৰীত শ্ৰীনগৰত সামৰণি পৰে। এই যাত্ৰাই স্নেহ, সন্মান আৰু নম্ৰতাৰ মনোভাৱ কঢ়িয়াই লৈ ফুৰিছিল বুলি আজি মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিজেপি আৰু আৰএছএছে দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে বিজেপি আৰু আৰএছএছে জাতি আৰু ধৰ্মীয় ভিত্তিত দেশক বিভাজিত কৰিবলৈ চেষ্টা কৰিছে বুলিও অভিযোগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd