• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সংকটত পাকিস্তান; এইবাৰ ৰাজভৱন মুকলি কৰি দিয়া হ’ল বিবাহ অনুষ্ঠানৰ বাবে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 13, 2020 5:57 pm

1 min read

imran-khan

ইমৰান খান, উৎস-ইণ্টাৰনেট

15.8k
VIEWS
Share on FacebookShare on Twitter

ইমৰাণ খান চৰকাৰে পাকিস্তানৰ নিম্নগামী অৰ্থনীতি পুনৰুদ্ধাৰ আৰু চৰকাৰৰ ওপৰৰ বোজা হ্ৰাসৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

চৰকাৰী ৰাজসাহায্য বৃদ্ধিৰ বাবে শেহতীয়াকৈ পাকিস্তানৰ পাঞ্জাৱৰ ৰাজ্যপাল চৌধুৰী মহম্মদ চৰৱাৰে ৰাজভৱনৰ দুৱাৰ বিবাহ পাৰ্টি আৰু অন্যান্য ব্যৱসায়িক পাৰ্টিৰ বাবে মুকলি কৰাৰ কথা ঘোষণা কৰে।

‘‘যিসকল লোকে নিজৰ বিবাহ অনুষ্ঠানকে ধৰি ব্যৱসায়িক পাৰ্টিক ঐতিহাসিক স্থানত অনুষ্ঠিত কৰি স্মৰণীয় কৰি ৰাখিব বিচাৰে তেওঁলোকৰ বাবে এতিয়া সেই দুৱাৰ মুকলি হৈ পৰিল,’’ ৰাজ্যপাল চৌধুৰী মহম্মদ চৰৱাৰে বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি কয়।

ঘোষণা অনুসৰি ৰাজভৱনৰ বাগিছাকে ধৰি আট্টালিকাত অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলে ১০ লাখ টকা আদায় দিয়াৰ বিপৰীতে দৰবাৰ হলত অনুষ্ঠান আয়োজন কৰিলে ৫ লাখ টকা আদায় দিব লাগিব বুলি জানিব পৰা গৈছে।

তাৰোপৰি, বিবাহ অনুষ্ঠানত ফটোগ্ৰাফীৰ বাবে ৫০,০০০ টকা আৰু ব্যৱসায়িক ফটোগ্ৰাফীৰ বাবে ১০ লাখ টকা আদায় দিব লাগিব।

বিবাহ আৰু অন্যান্য অনুষ্ঠানৰ উপৰিও ৰাজভৱন সাধাৰণ মানুহৰ বাবেও মুকলি কৰি দিয়া হৈছে।

প্ৰতি ১০ গৰাকী পৰ্যটকৰ বিপৰীতে এগৰাকী গাইড থাকিব ৰাজভৱন দেখুৱাবৰ বাবে।

ৰাজভৱনত অনুষ্ঠিত হোৱা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে আদায় হোৱা ধন প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ ৰাজকোষত জমা ৰখা হ’ব।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd