• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইচ্ছামতে অশ্লীলতা-নগ্নতা প্ৰদৰ্শন কৰিব নোৱাৰিব OTT প্লেটফৰ্ম-এ! : ডিজিটেল মিডিয়াকো নিয়্ন্ত্ৰণ কৰিব কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 11, 2020 8:13 pm
OTT-Platforms
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা OTT প্লেটফৰ্ম আৰু ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে।

বুধবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে জাৰি কৰা এক বিজ্ঞপ্তি যোগে এই কথা ঘোষণা কৰিছে।

Apply Now

ইয়াৰ ফলত এতিয়াৰ পৰা OTT প্লেটফৰ্ম আৰু ডিজিটেল মিডিয়াই নিজ ইচ্ছামতে ভিডিঅ’ অথবা সংবাদ পৰিৱেশন কৰিব নোৱাৰিব।

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এতিয়াৰ পৰা OTT প্লেটফৰ্ম আৰু ডিজিটেল মিডিয়াৰ কনটেন্টত সুক্ষ্ম দৃষ্টি ৰাখিব।

উল্লেখ্য যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত চলি থকা এটা গোচৰক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰে ডিজিটেল মিডিয়াৰ বাবে এক নিৰ্দিষ্ট আইন প্ৰণয়ন কৰাৰ বাবেও চিন্তা চৰ্চা কৰিছিল।

ইফালে চৰকাৰী নিৰ্দেশনাটোত কোৱা হৈছে যে এতিয়াৰে পৰা অনলাইন ফিল্ম আৰু নিউজ কনটেন্ট, সমসাময়িক ঘটনা প্ৰৱাহ সম্পৰ্কীয় অনুষ্ঠান তথ্য সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ আওতাত অন্তভুৰ্ক্ত হ’ব।

ইয়াৰ পৰা এইটো নিশ্চিত হৈছে যে ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ দৰে OTT প্লেটফৰ্ম আৰু ডিজিটেল মিডিয়াত চৰকাৰে চোকা দৃষ্টি ৰাখিব।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো স্মাৰ্ট ফোন আৰু ইন্টাৰনেটৰ বহুল ব্যৱহাৰৰ পিছত OTT প্লেটফৰ্ম আৰু ডিজিটেল মিডিয়াৰ প্ৰভাৱ ব্যাপকৰূপত বৃদ্ধি পাইছে।

OTT প্লেটফৰ্মত অশ্লীলতা তথা নগ্নতাৰ পয়োভৰ পৰিলক্ষিত আৰু ডিজিটেল মিডিয়া অৰ্থাৎ প’ৰ্টেলবোৰত ভুৱা বাতৰি প্ৰচাৰ হোৱা বুলি বিভিন্ন পক্ষই অভিযোগ কৰি আহিছে।

এই অভিযোগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে OTT প্লেটফৰ্ম আৰু ডিজিটেল মিডিয়াক নিয়্ন্ত্ৰণ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd