• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে: ৰাষ্ট্ৰপতি কোবিন্দ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 31, 2022 8:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰে৷

কোবিন্দে তেওঁৰ ভাষণত কয় যে ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতিসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি কোবিন্দে কয় যে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত ভাৰত বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিছে।

Apply Now

ৰাষ্ট্ৰপতিয়ে কয় যে কৃষকসকলক সহায় কৰিবলৈ কেন্দ্ৰই সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে। এনে পদক্ষেপে দেশৰ কৃষকসকলক উপকৃত কৰিব বুলি কোবিন্দে আশা ব্যক্ত কৰে।

ৰাষ্ট্ৰপতি কোবিন্দে দেশৰ কৃষকসকলক শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰি কয় যে কৃষকসকলৰ কাষত চৰকাৰ থিয় দিছে। ক্ষুদ্ৰ কৃষকসকলক সকলো নীতিৰ মূল বিষয় বুলি উল্লেখ কৰি কোবিন্দে কয় যে কেন্দ্ৰই তেওঁলোকৰ উপাৰ্জন বৃদ্ধিৰ বাবে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে দেশৰ ১১ কোটিৰো অধিক কৃষক পৰিয়াল উপকৃত হোৱা বুলি তেওঁ উল্লেখ কৰে।
ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত কয় যে চৰকাৰে ৪৩৩ লাখ মেট্ৰিক টনতকৈও অধিক ঘেঁহু ক্ৰয় কৰিছে, যাৰ ফলত ৫০ লাখৰো অধিক কৃষক উপকৃত হৈছে।

ৰাষ্ট্ৰপতি কোবিন্দে স্বাধীনতাৰ ৭৫ বছৰত ভাৰতৰ উন্নয়নৰ যাত্ৰাত অৰিহণা যোগোৱা ব্যক্তিসকলকো স্মৰণ কৰে৷ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত কোভিড-১৯ মহামাৰী নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মোডীৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপকো প্ৰশংসা কৰে।
আয়ুষ্মান ভাৰত সন্দৰ্ভত ৰাষ্ট্ৰপতি কোবিন্দে কয় যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই দৰিদ্ৰ লোকসকলক স্বাস্থ্যসেৱাৰ দ্ৰুত সুবিধা লাভ কৰাত সহায় কৰিছে। “৬৪,০০০ কোটি টকাৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানে ভৱিষ্যতে দেশখনক স্বাস্থ্য সংকটৰ বাবে প্ৰস্তুত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

ৰাষ্ট্ৰপতি কোবিন্দে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম পৰম্পৰাগত ঔষধি কেন্দ্ৰ ভাৰততে স্থাপন কৰা হ’ব।
ৰাষ্ট্ৰপতি কোবিন্দে মহিলাৰ বিবাহৰ বয়স ২১ লৈ বৃদ্ধি কৰা আৰু তিনি তালাক ব্যৱস্থা লোপ কৰা কাৰ্যৰ প্ৰশংসা কৰে। তেওঁ লগতে কয়, “৩৩ খন সৈনিক বিদ্যালয়ে এতিয়া ছোৱালীকো নামভৰ্তি কৰাৰ সুবিধা দিছে। চৰকাৰে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত (এন ডি এ) মহিলা কেডেটসকলৰ প্ৰৱেশৰ বাবেও অনুমোদন জনাইছে। মহিলা কেডেটসকলৰ প্ৰথম দলটো ২০২২ চনৰ জুন মাহত এন ডি এলৈ আহিব।”

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd