• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শলঠেকত এমাজন-ফ্লিপকাৰ্ট! কি কাৰণে কেন্দ্ৰীয় চৰকাৰে জাননী পঠিয়ালে এই দুটা সংস্থাক?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 7:50 am
WhatsApp Image 2020-10-19 at 7.20.46 AM
8.7k
VIEWS
Share on FacebookShare on Twitter

পুনৰ শলঠেকত পৰিছে ফ্লিপকাৰ্ট আৰু এমাজন। নিয়ম উলংঘা কৰাৰ বাবেই এই বিদেশী সংস্থা দুটালৈ জানীনী জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে।

উৎসৱৰ সময়ত সংস্থা দুটাই আয়োজন কৰা বিশেষ ৰেহাইত যিবোৰ পণ্য সামগ্ৰী বিক্ৰী কৰিছে তাত সেইহবোৰ কোন দেশত প্ৰস্তুত কৰা হৈছে সেয়া লিখা নাই।

কেন্দ্ৰীয় চৰকাৰে সংস্থা দুটাক ১৫ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।

কৰ’নাৰ সংকটৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ আহ্বান জনাইছিল। দেশীয় সা-সামগ্ৰী ক্ৰয়ৰ ওপৰত অধিক গুৰুত্ব দিবলৈ দেশৰ জনসাধাৰণ আহ্বান জনাইছিল।

তদুপৰি, এতিয়াৰে পৰা বিক্ৰী কৰিবলগীয়া পণ্য সামগ্ৰীসমূহত সেয়া কোন দেশত উৎপাদন কৰা হৈছে তাৰ উল্লেখ কৰিবলৈয়ো নিৰ্দেশ দিছিল।

অভিযোগ অনুসৰি, ফ্লিপকাৰ্ট আৰু এমাজনে তেওঁলোকৰ উৎসৱৰ সময়ত আয়োজন কৰা বিশেষ ৰেহাইৰ মেলাসমূহত এই নিয়ম অমান্য কৰিছে। কোনো পণ্য সামগ্ৰীৰ ওপৰত সেই কথা লিখা নাই।

ইয়াৰ বাবে খড়্গহস্ত হৈ কেন্দ্ৰীয় চৰকাৰে জাননী জাৰি কৰি সংস্থা দুটাক ১৫দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। অন্যথা ব্যৱস্থা গ্ৰহণৰ সকীয়নিও প্ৰদান কৰিছে।

এইক্ষেত্ৰত এমাজনতকৈ ফ্লিপকাৰ্ট অধিক শলঠেকত পৰিছে। কেন্দ্ৰীয় প্ৰদূষণ বোৰ্ডৰ নিয়ম উলংঘা কৰা বা বিচ্ছিনতাবাদক উৎসাহিত কৰা আদি অভিযোগত এই ই-কমাৰ্ছ সংস্থাটো ইতিমধ্যেই চৰকাৰ তথা জনসাধাৰণৰ ৰোষত পৰিছে।

কিছুদিন পূৰ্বে নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ এগৰাকী গ্ৰাহকক ইয়াৰ চাৰ্ভিছ সম্পৰ্কীয় এক প্ৰশ্নৰ উত্তৰত ফ্লিপকাৰ্টে জনাইছিল যে সেই ৰাজ্যখন ভাৰতৰ বাহিৰত হোৱা বাবে তাত চাৰ্ভিছ দিয়া নহয়।

ফ্লিপকাৰ্টৰ এই উত্তৰৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd