• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিয়াৰ মণ্ডপৰ পৰাই পলাল দৰা, তাৰপিছতে এই আকস্মিক সিদ্ধান্তটো লৈ পেলালে কইনাই…

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2021 4:43 pm
arundhati-scheme
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুমধামেৰে চলিছিল বিয়াৰ আয়োজন।

দৰাই চাকৰি কৰে এটা মাল্টি নেচনেল কোম্পানীত, কইনা চিকিৎসক।

Apply Now

সেয়ে বিয়াৰ আয়োজনো হৈছিল বিলাসবহুলভাবে।  বিয়াৰ দিনা যথা সময়ত কইনা ঘৰত আহি উপস্থিত হৈছিল দৰা।

বিয়াৰ মণ্ডপত বহি থকাৰ মাজতে দৰাই হঠাতে এবাৰ বাহিৰলৈ বুলি ওলাই আহে।

সেই অহাই অহা, দৰাই আৰু বিয়াৰ মণ্ডপলৈ উভতি নগ’ল।

বহু সময় ধৰি দৰা মণ্ডপলৈ উভতি নহাত বিয়া ঘৰত হুৱা-দুৱা লাগে।

সকলোৱে দৰাক বিচাৰি চলাথ কৰে যদিও কতো সন্ধান পোৱা নগ’ল দৰাৰ।

ক্ষন্তেক পিছতে উৰহী গছৰ ওৰ ওলাল। দৰাচলতে নবীন নামৰ যুৱক জনে এটা সময়ত ভালপাইছিল  আন এগৰাকী যুৱতীক।

কিন্তু সেই যুৱতীৰ সৈতে বিয়া পতাৰ কোনো পৰিকল্পনা নাছিল দৰাৰ।

সেয়ে দৰাৰ পৰিয়ালে কৰ্ণাটকৰ চিকমাগালুৰুৰ চিকিৎসক সিন্ধু নামৰ যুৱতীগৰাকীৰ সৈতে নবীনৰ বিয়া ঠিক কৰিছিল।

এই কথা জানিব পাৰি নবীনৰ প্ৰাক্তন প্ৰেমিকাই নবীনে তেওঁক বিয়া নাপাতিলে বিয়া ঘৰৰ অভ্যাগতসকলৰ সন্মুখতে বিহ পান কৰি আত্মহত্যা কৰিব বুলি ভাবুকি দিছিল।

প্ৰাক্তন প্ৰেমিকাৰ এনে ভাবুকিত ভয় খাই দৰাই বিয়াৰ মণ্ডপ এৰি প্ৰাক্তন প্ৰেমিকাৰ সৈতে ক’ৰৱালৈ গুচি গৈছিল।

দৰা পলাই যোৱাৰ পিছতে মহা বিপদত পৰে কইনা সিন্ধুৰ পৰিয়াল।

সিন্ধুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই তেওঁৰ পৰিয়ালে নতুন দৰা এজনৰ সন্ধান আৰম্ভ কৰিলে। কিন্তু লাগ বুলিলেই নতুন দৰা এজন পায় ক’ত!

সমস্যাৰ সমাধান ওলাবলৈ বেছি পৰ নালাগিল।

কইনা ঘৰলৈ বিয়া খোৱাৰ উদ্দেশ্যে আহিছিল কৰ্ণাটক পৰিবহন নিগমৰ বাছ কণ্ডাক্টৰ চন্দ্ৰাপ্পা।

কইনা ঘৰৰ লোকে চন্দ্ৰাপ্পাকেই সিন্ধুক বিয়া পতাৰ বাবে খাটনি ধৰে। কইনায়ো ঘৰৰ সকলোৰে কথাত হয়ভৰ দিয়াত সেই একেখন মণ্ডপতে সিন্ধুৰ বিয়া সম্পন্ন হৈ যায়।

মণ্ডপ একেখন হ’লেও পিছে সিন্ধুৰ দৰা হ’ল মাল্টি নেচনেল কোম্পানীত চাকৰি কৰা নবীনৰ সলনি বাছ কণ্ডাক্টৰ চন্দ্ৰাপ্পাহে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd