• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি চৰকাৰৰ আঁচনিৰ ধনৰ লোভঃ হিতাধিকাৰী হ’বলৈ নিজ ভাতৃৰেই বিয়াত বহিল মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2024 6:13 pm
UP Woman Marries Her Brother Chief Minister's Mass Marriage Scheme
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত এতিয়া হিতাধিকাৰীৰ অবাধ সংখ্যা। ইখনৰ পিছত সিখন আঁচনিৰে দেশবাসীক হিতাধিকাৰী ৰূপে সামৰি লৈছে শাসকীয় চৰকাৰে। এনে হিতাধিকাৰী হোৱাৰ যোজ্ঞতা অৰ্জন কৰিবলৈ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাই লোৱা আজৱ পন্থাই ব্যাপক চৰ্চা লাভ কৰিছে।

উত্তৰ প্ৰদেশৰ শাসকীয় বিজেপি চৰকাৰে গ্ৰহণ কৰিছিল এখন বিশেষ আঁচনি। এই মুখ্যমন্ত্ৰীৰ গণ বিবাহ আঁচনিৰ অধীনত হিতাধিকাৰীয়ে লাভ কৰে ৫১ হাজাৰ টকা। এই আঁচনিৰ সুবিধা লাভৰ বাবে মহিলাগৰাকীয়ে প্ৰৱঞ্চনামূলকভাৱে গ্ৰহণ কৰে এক আজৱ পন্থা।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, যোৱা ৫ মাৰ্চত মহাৰাজগঞ্জত আয়োজন কৰা হৈছিল এক গণ বিবাহ অনুষ্ঠান। এই অনুষ্ঠানতে বিয়াৰ বাবে সাজু হৈছিল প্ৰীতি যাদৱ নামৰ মহিলাগৰাকী। কিন্তু সময়মতে সভাস্থলীত উপস্থিত হ’ব নোৱাৰিলে তেওঁৰ দৰা ৰমেশ যাদৱ।

তেনে পৰিস্থিতিত একাংশ মধ্যভোগীয়ে মহিলাগৰাকীক তেওঁৰ নিজ ভাতৃ কৃষ্ণ যাদৱৰ সৈতেই বিয়াত বহাৰ মন্ত্ৰণা দিয়ে। এই মন্ত্ৰণা অনুসৰিয়ে নিজ ভাতৃৰ সৈতে বিয়াত বহে মহিলাগৰাকী। ইয়াৰ পাছতে তেওঁলোকে হিতাধিকাৰীক দিয়া ধন লাভৰ উদ্দেশ্যে গণ বিবাহ আঁচনিৰ বাবে পঞ্জীয়ন কৰিছিল।  

ইয়াৰ পিছতে পোহৰলৈ আহে এই প্ৰৱঞ্চনা। লগে লগে দুই ভাতৃ-ভগ্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে তদন্তৰ নিৰ্দেশ দিয়া হয়। অনুষ্ঠানৰ পূৰ্বে তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা কৰা এজন গাঁও উন্নয়ন বিষয়াকো ষাস্তিমূলক ব্যৱস্থা হিচাপে নিলম্বন কৰা হৈছে।

উল্লেখ্য যে, এই আঁচনিৰ অধীনত বিয়া হোৱা দম্পতীক ৫১ হাজাৰ টকা দিয়া হয়। ৩৫,০০০ টকা কইনাৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয় আৰু দম্পতীহাললৈ উপহাৰ কিনাৰ বাবে ১০,০০০ টকা দিয়া হয় আৰু অনুষ্ঠানৰ ব্যৱস্থা কৰাৰ বাবে ৬,০০০ টকা ধাৰ্য কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd