DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে বৰ্দ্ধিত অসহিষ্ণুতাত ইন্ধন যোগাইছে ছ’চিয়েল মিডিয়াই: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2020 8:40 am
Justice-Sanjay-Kishan-Kaul-750x375

ন্যায়াধীশ সঞ্জয় কিষান কৌল। ফাইল ফটো

1.7k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষান কৌলে দেওবাৰে কয় যে ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াই ইন্ধন যোগোৱা এক অসহিষ্ণুতা দেশত গঢ়ি উঠিছে।

তেওঁ এক অনলাইন বক্তৃতাত কয় যে তেওঁলোকৰ সিদ্ধান্তৰ বাবে ন্যায়াধীশসকলৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰা হয়।

তেওঁ লগতে সতৰ্ক কৰি দিয়ে যে যদি সমালোচনাৰ প্ৰবৃত্তিয়ে নিৰ্দিষ্ট সীমা অতিক্ৰম কৰে তেতিয়াহ’লে ই ন্যায়িক ব্যৱস্থাটোৰ ক্ষতি কৰিব।

তেওঁ এম বি একাডেমী, মাদ্ৰাছ বাৰ এছোচিয়েশ্যনে আয়োজন কৰা ‘’ফ্ৰীডম অফ স্পীচ ইন দ্য টাইম অফ কোভিড-১৯-ফেক নিউজ এণ্ড ইনফৰমেশ্যন’’ সম্পৰ্কত এক অনলাইন বক্তৃতা প্ৰদান কৰিছিল।

এই অনুষ্ঠানটোত এম বি একাডেমীৰ অধ্যক্ষ এছ পাৰ্থসাৰথি আৰু মাদ্ৰাছ বাৰ এছোচিয়েশ্যনৰ সচিব এম ভাস্কৰেও অংশগ্ৰহণ কৰিছিল।

অলপতে প্ৰবাসী শ্ৰমিকৰ সংকটৰ বিষয়টোত স্থিতি গ্ৰহণ কৰা বিচাৰপীঠখনৰো সদস্য আছিল ন্যায়াধীশ কৌল।

ন্যায়াধীশ গৰাকীয়ে কয় যে মত প্ৰকাশৰ স্বাধীনতাত বাধা প্ৰদান অবিহনে ছচিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন।

তেওঁ কয়,’’দেশখনত চলি থকা মহামাৰীৰ সময়ছোৱাতো নিৰ্দিষ্ট গ্ৰুপৰ বিৰুদ্ধে শত্ৰুতা সৃষ্টি কৰা ভুৱা বাতৰিৰ প্ৰৱণতা বহুত বৃদ্ধি পাইছে।‘’

তেওঁ কয় যে কোভিড-১৯ৰ সংকটৰ সময়ছোৱাত ইয়াৰ’নিদান’, ইয়াৰ উৎপত্তি. ‘ভাইৰাছটো বিয়পোৱাত সহায় কৰা’লোকৰ বিষয়ৰ দৰে বহুতো খৱৰ পোৱা যায়।

তেওঁ কয় এনে বাতৰিবোৰে আনকি ধৰ্মীয় তথা জাতিভিত্তিক ৰূপো লাভ কৰে।

Recent News

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Assam career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত বিভিন্ন পৰিচালনামূলক পদৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd