• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিজ পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে পুত্ৰক; বজালীত চাঞ্চল্য

NE NOW NEWS শশাংক তালুকদাৰ
পাঠশালা , January 22, 2020 7:39 am

1 min read

নিজ পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে পুত্ৰক; বজালীত চাঞ্চল্য
5.8k
VIEWS
Share on FacebookShare on Twitter

বজালীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডত এটি ১২ বছৰীয়া শিশুক নিজ পিতৃয়ে নৃশংসভাৱে মৰিয়াই হত্যা কৰে। বজালীৰ শাউলিয়াবাৰীত সংঘটিত এই ঘটনাই গোটেই অঞ্চলতোটে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

হত্যাকাৰী পিতৃ আমিৰ আলীক বজালী আৰক্ষীয়ে কালি গ্ৰপ্তাৰ কৰিছে। প্ৰাপ্ত তথ্য মতে আমিৰ আলীয়ে আন কেইজন লোকৰ সৈতে মিলি নিজ পুত্ৰ আলী হুছেইনক হত্যা কৰি পিছত ওচৰৰ এটা পুখুৰীৰ কাষত পেলাই থৈ যায়।

পিছত স্থানীয় লোকে শৰীৰৰ বিভিন্ন ঠাইত আঘাতপ্ৰাপ্ত আলী হুছেইনৰ নিথৰ দেহ উদ্ধাৰ কৰে। ঘটনা সম্পৰ্কত খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ কুকুৰৰ লগাই অনুসন্ধান আৰম্ভ কৰে।

উল্লেখযোগ্য যে হত্যাকাণ্ডৰ মূল অভিযুক্ত আমিৰ আলীয়ে প্ৰথম অৱস্থাত স্থানীয় লোকৰ সৈতে সৰুপেটা আৰক্ষী চকীত উপস্থিত হৈ ঘটনাটো অন্যফালে নিবলৈ চেষ্টা চলাইছিল যদিও পিছত আৰক্ষীৰ জেৰাত তেওঁ হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

জানিব পৰা মতে নিহত আলী হুছেইন আমিৰ আলীৰ দ্বিতীয় গৰাকী পত্নীৰ পূৰ্বৰ স্বামীৰ ফালৰ পুত্ৰ। পিছত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হয়।

ঘটনা সম্পৰ্কত আৰক্ষীয়ে এতিয়াও তদন্ত অব্যাহত ৰাখিছে।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd