• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুত্ৰস্নেহ! দুমহীয়া সন্তানৰ বাবে চন্দ্ৰপৃষ্ঠত মাটি ক্ৰয় কৰিলে গুজৰাটৰ ব্যৱসায়ীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 30, 2021 11:31 am

1 min read

পুত্ৰস্নেহ! দুমহীয়া সন্তানৰ বাবে চন্দ্ৰপৃষ্ঠত মাটি ক্ৰয় কৰিলে গুজৰাটৰ ব্যৱসায়ীয়ে
1.7k
VIEWS
Share on FacebookShare on Twitter

মাক-দেউতাকৰ বাবে নিজৰ সন্তানসকল নয়নৰ মণিস্বৰূপ।

সন্তানে যি বিচাৰে, সেয়া মাক-দেউতাকে দিবলৈ অসাধ্যও সাধন কৰে।

তেনে এক উদাহৰণ দাঙি ধৰে গুজৰাটৰ ছুৰাট নিবাসী এজন ব্যৱসায়ীয়ে।

নিজৰ দুমহীয়া সন্তানৰ বাবে তেওঁ ক্ৰয় কৰে চন্দ্ৰপৃষ্ঠত এটুকুৰা মাটি।

শুনিবলৈ আজৱ যেন লাগিলেও সঁচা।

ব্যৱসায়ী গৰাকীৰ নাম বিজয়ভাই কাঠাৰিয়া।

সংবাদমাধ্যমত প্ৰকাশিত বাতৰিমতে, তেওঁ নিজৰ দুমহীয়া পুত্ৰ নিত্যৰ বাবে চন্দ্ৰপৃষ্ঠত এক একৰ মাটি ক্ৰয় কৰিছে।

ইয়াৰ বাবে ১৩ মাৰ্চত নিউয়ৰ্কত অৱস্থিত ইণ্টাৰনেচনেল লুনাৰ ৰেজিষ্ট্ৰিলৈ (International Lunar Registry) ই-মেইল কৰে।

কিছুদিনৰ পাছতেই সংস্থাটোৰ পৰা সেইজ সংকেত লাভ কৰে।

তাৰ পাছতে বিজয়ভাইয়ে প্ৰয়োজনীয় কাগজ-পত্ৰসমূহ সংস্থাটোলৈ পঠায়।

জানিব পৰামতে, চন্দ্ৰপৃষ্ঠৰ মেয়াৰ মোসকভিন্স নামৰ অংশটোত মাটিটুকুৰা ক্ৰয় কৰা হৈছে।

মাটিটুকুৰাৰ দাম জনা প্ৰকাশ কৰা নাই যদিও, অনুমানিক চন্দ্ৰৰ এক একৰ জমি ক্ৰয় কৰিবলৈ ভাৰতীয় হিচাপত ৫০ হাজাৰ টকা খৰচ কৰা হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ভাৰতীয় ব্যৱসায়ীয়ে চন্দ্ৰত মাটি ক্ৰয় কৰিছিল।

উদাহৰণস্বৰূপে- ৰাজস্থানৰ বাসিন্দা ধৰ্মেন্দ্ৰ আনিজা।

তেওঁ পত্নী স্বপ্নাক বিয়াৰ উপহাৰ হিচাপে চন্দ্ৰপৃষ্ঠৰ তিনি একৰ মাটি ক্ৰয় কৰিছিল।

Recent News

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd