• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অজ্ঞাত কাৰণত গুজৰাটৰ ৩০জন মুছলমান ক্ৰীড়া প্ৰশিক্ষকক অব্যাহতি

by
April 18, 2024 2:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ ফেব্ৰুৱাৰীত গুজৰাটৰ মোডাছা চহৰৰ জুডো প্ৰশিক্ষক শ্বুব কুৰেশ্বীয়ে ৰাজ্যৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানলৈ ক্ৰীড়া প্ৰশিক্ষক যোগান ধৰা ক্ৰীড়া শিক্ষা কোম্পানী ‘এডুস্পৰ্টছ’ৰ পৰা ফোন কল লাভ কৰে। কুৰেশ্বীক জনোৱা হয় যে তেওঁৰ সেৱাৰ আৰু প্ৰয়োজন নাই।

বিভ্ৰান্ত আৰু উদ্বিগ্ন কুৰেশ্বীয়ে ৰাজ্যখনৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত নিয়োজিত অন্যান্য প্ৰশিক্ষকৰ সৈতে যোগাযোগ কৰে, মাথোঁ জানিব পাৰে যে, ক্ৰীড়া কোম্পানীসমূহৰ পৰা কমেও ৩০ জন প্ৰশিক্ষকে তেওঁলোকৰ সেৱা বন্ধ কৰাৰ ফোন লাভ কৰিছে।কিন্তু সকলোৰে মাজত এটা সাধাৰণ কাৰক আছিল যে চাকৰি হেৰুওৱা কৰা সকলো প্ৰশিক্ষক মুছলমান আছিল।

লগতে পঢ়ক: আই আই আই টি-গুৱাহাটীৰ সঞ্চালক হিচাপে কাৰ্যকাল সামৰিলে অধ্যাপক গৌতম বৰুৱাই

পাটানৰ পৰা আহমেদাবাদৰ জিলা পৰ্যায়ৰ ক্ৰীড়া বিদ্যালয়লৈ (ডি এল এছ এছ) বদলি হোৱা কুৰেশ্বীয়ে দ্য ৱায়াৰক জনোৱা মতে, কিণ্ডাৰস্প’ৰ্টছ, এডুস্প’ৰ্টছ, টি এছ জি, ইম্পেৰিয়েল ইণ্টাৰনেশ্যনেল স্প’ৰ্টছ একাডেমীৰ দৰে আন কেইবাটাও ব্যক্তিগত কোম্পানীয়ে মুছলমান সম্প্ৰদায়ৰ প্ৰশিক্ষকৰ বিৰুদ্ধে একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Apply Now

চাকৰিৰ পৰা বৰ্খাস্ত কৰা ৩০ জন মুছলমান ক্ৰীড়া প্ৰশিক্ষকে জুডো, ভলীবল, বাস্কেটবল, এথলেটিকছ, বেডমিণ্টন আদিত খেলুৱৈ আৰু ক্ৰীড়াবিদক প্ৰশিক্ষণ দিয়াৰ যোগ্যতা অৰ্জন কৰিছে।

বৰ্খাস্ত হোৱাসকলৰ ভিতৰত এগৰাকী মহিলা হকী প্ৰশিক্ষককো কিয় বৰ্খাস্ত কৰা হ’ল সেই কথা বুজিবলৈ বৰ্তমানো সক্ষম হোৱা নাই। বৰ্তমান আমৰেলীত থকা প্ৰশিক্ষকগৰাকীয়ে ৭ বছৰ ধৰি পুৰুষ আৰু মহিলা উভয় খেলুৱৈক প্ৰশিক্ষণ দি আহিছে। নিজৰ কৰ্মৰ ওপৰত আত্মবিশ্বাসী প্ৰশিক্ষকগৰাকীক এইদৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো তেওঁ অযুক্তিকৰ বুলি বিবেচনা কৰে।

লগতে পঢ়ক: উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গ্ৰীষ্মকালীন বিশেষ ৰে’লসেৱা; কেইখনমান ৰে’লৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান

বহুবছৰ ধৰি জুডো খেলুৱৈক প্ৰশিক্ষণ দি থকা পাটনৰ আন এজন প্ৰশিক্ষক ছৰফৰাজ সদাগৰকো অপসাৰণ কৰা হয়৷কিণ্ডাৰস্প’ৰ্টছৰ সৈতে জড়িত ৩৬ বছৰীয়া সদাগৰৰ মতে মুছলমানৰ বিৰুদ্ধে হোৱা বৈষম্য সকলোৱে প্ৰত্যক্ষ কৰিছে৷

ৰাজ্যজুৰি ৩০ জন মুছলমান প্ৰশিক্ষকক কোনো কাৰণ নোহোৱাকৈয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগে লগে দ্য ৱায়াৰে কিণ্ডাৰস্প’ৰ্টছৰ আঞ্চলিক মুৰব্বী বিবেক কোটৱালৰ সৈতে যোগাযোগ কৰি প্ৰশিক্ষকসকলক কিয় বৰ্খাস্ত কৰা হ’ল সেই কথা জানিবলৈ চেষ্টা কৰে।কোটৱাল এই সন্দৰ্ভত মন্তব্য দিবলৈ ইচ্ছুক নাছিল যদিও এই সমস্যা সমাধানৰ সৈতে জড়িত বিবৃতি দিয়া হোৱা নাই বুলি উল্লেখ কৰিছে।

১৮ মাৰ্চত প্ৰশিক্ষকসকলে এই বিষয়ত গৃহ, উদ্যোগ, পৰিবহণ, যুৱ আৰু ক্ৰীড়াৰ ৰাজ্যিক মন্ত্ৰী হৰ্ষ সিংঘবীলৈও পত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে এতিয়ালৈকে তেওঁলোকে কোনো সঁহাৰি পোৱা নাই।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd