• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ গোচৰ: জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰিলে বৰপেটাৰ আদালতে

পুলেন্দ্ৰ দাস,বৰপেটা by পুলেন্দ্ৰ দাস,বৰপেটা
April 29, 2022 3:49 pm
210
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদন মঞ্জুৰ কৰিলে বৰপেটা জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে । এহেজাৰ টকাৰ আমানতত তেওঁক জামিন প্ৰদান কৰা হৈছে।

বুধবাৰে জিগনেশ মেৱানীৰ জামিনৰ বাবে জনোৱা আবেদনৰ ওপৰত বুধবাৰে অনুষ্ঠিত হৈছিল শুনানী ৷

বৃহস্পতিবাৰে জিগনেশ মেৱানীৰ জামিনৰ শুনানি অনুষ্ঠিত হৈছিল যদিও ৰায়দান স্থগিত ৰাখি আৰক্ষীৰ পৰা কেচ ডায়েৰী বিচাৰিছিল আদালতে ৷

অবশেষত আজি অপৰেশ চক্ৰৱৰ্তীৰ আদালতে জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰে ৷

২৫ এপ্ৰিলত গুজৰাটৰ বিধায়কজনক বৰপেটাৰ স্থানীয় আদালতে পাঁচ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে কোকৰাঝাৰ আৰক্ষী থানাত ৰুজু কৰা এটা গোচৰত জামিন মঞ্জুৰ হোৱাৰ কিছু মুহূৰ্তৰ পিছতে সোমবাৰে সন্ধিয়া অসম আৰক্ষীয়ে জিগনেশ মেৱানীক আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰিছিল।

গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ নিয়াৰ সময়তে মেৱানীয়ে এগৰাকী মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই অভিযোগৰ ভিত্তিতে তেওঁক আৰক্ষীয়ে জামিন লাভৰ পিছতে পুনৰ গ্ৰেপ্তাৰ কৰিছিল।

কংগ্ৰেছ সমৰ্থিত গুজৰাটৰ এজন নিৰ্দলীয় বিধায়ক মেৱানীক যোৱা সপ্তাহত গুজৰাটৰ পালানপুৰ চহৰৰ পৰা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কৰা টুইটৰ বাবে অসমৰ কোকৰাঝাৰ আৰক্ষী থানাত আইপিচি আৰু তথ্য প্ৰযুক্তি আইনৰ বিভিন্ন ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰাৰ পিছত প্ৰথমে গ্ৰেপ্তাৰ কৰা হৈছিল।

কোকৰাঝাৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে তেওঁক জামিন প্ৰদান কৰাৰ পিছত বৰপেটা আৰক্ষী থানাত ৰুজু কৰা এটা গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰিছিল। মেৱানীৰ  জামিন লাভৰ বিতং  খবৰৰ বাবে অপেক্ষা কৰা হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd