• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2025 8:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইসপ্তাহমানৰ পৰা ভাৰত আৰু ভাৰতীয় ক্ৰিকেটক এক ধুমুহাই কোবাই গৈছে। ভাৰত-পাকিস্তানৰ সংঘাতৰ সমান্তৰালকৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে দুগৰাকী মহাতাৰকাই অতি কম সময়ৰ ভিতৰতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কেৱল বিতৰ্কই নহয়, সমগ্ৰ দেশ বিচলিত হৈ পৰিছে।

দ্বিতীয় পৰ্যায়ৰ আই পি এল প্লে অফ আৰম্ভ হৈছে। গুজৰাট টাইটানছৰ সৈতে তীব্ৰ বেটিং যুদ্ধত পুনৰ ক্ৰীজলৈ উভতি আহিছিল লোকেশ ৰাহুলে। তেওঁ ৬০ টা বলত শতক অৰ্জন কৰে। তথাপিও তেওঁ মেচখন জয়ী কৰাব নোৱাৰিল।

Apply Now

ছাই সুদৰ্শন (১০৮) আৰু শুভমন গিল (৯৩)ৰ বেটিং তাণ্ডৱৰ বাবে দিল্লী পৰাস্ত হয়। দিল্লী কেপিটেলছৰ বলাৰসকলে গুজৰাটৰ এটাও উইকেট ল’ব নোৱাৰিলে। ইনিংছত ৬টা বল বাকী থকা অৱস্থাত ১০ উইকেটত জয়লাভ কৰে গুজৰাট টাইটানছে।

অৱশ্যে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনৰ প্ৰথম ইনিংছত কে এল ৰাহুলৰ বিস্ফোৰক বেটিঙৰ সাক্ষী হৈ পৰে দৰ্শক। তেওঁ ৬০টা বলত শতক অৰ্জন কৰে। ৰাহুলৰ ৬৫টা বলত ১১২ ৰানৰ ইনিংছটোত ১৪টা চাৰি আৰু চাৰিটা ছয় আছিল। ষ্ট্ৰাইক ৰেট ১৭২.২৯।

সমস্যাটো হ’ল দিল্লীৰ কোনেও ৰাহুলৰ কাষত থিয় দিব নোৱাৰিলে। দলটোৰ আন দুজন বেটছমেন যিয়ে অলপ ৰান সংগ্ৰহ কৰিছিল তেওঁলোক হ’ল অভিষেক পোৰেল আৰু অক্ষৰ পেটেল। ক্ৰমে ৩০ আৰু ২৫ ৰান। ফলত দিল্লীৰ স্কোৰ ১৯৯ ৰাণতে স্তব্ধ হৈ পৰে। আটাইতকৈ ডাঙৰ কথাটো হ’ল দ্বিতীয় ইনিংছত ডিচিৰ বলাৰসকল দিশহাৰা হৈ পৰিল৷

গুজৰাটৰ দুই অ’পেনাৰ শুভমন আৰু ছাই সুদৰ্শনে আৰম্ভণিৰ পৰা শেষলৈকে দমনীয়ভাৱে খেলিছিল। প্ৰথম ইনিংছত ৰাহুলে য’ত ৰৈছিল তাৰ পৰাই আৰম্ভণি কৰিছিল। দিল্লীৰ সকলো বলাৰক শক্তিহীন যেন লাগিল। আচলতে তিতা পিটছে বলাৰসকলৰ কাম অধিক কঠিন কৰি তুলিছিল। সেইবুলি ছাই আৰু শুভমনৰ কৃতিত্ব কমি যোৱা নাই। কোনো ছন্দপতন ঘটিবলৈ নিদিয়াকৈ খেলি মেচখন শেষলৈকে লৈ যায়। ছাইয়ে ৬১টা বলত ১০৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে শুভমনে ৫৩টা বলত ৯৩ ৰান সংগ্ৰহ কৰে।

দিল্লীৰ ৰাণে কেতিয়া গুজৰাটৰ ৰাণক অতিক্ৰম কৰিলে যেন গমেই পোৱা নগ’ল! তেতিয়াও সম্পৰ্ণ এটা অভাৰ বাকী আছিল। ইয়াৰ লগে লগে শুভমন গিলৰ দলটোৱে প্লে অফ নিশ্চিত কৰে। এই ফলাফলৰ ভিত্তিত আৰ চি বি আৰু পঞ্জাবেও প্লে অফৰ স্থান নিশ্চিত কৰিছে।

সংক্ষিপ্ত স্কোৰঃ

দিল্লী কেপিটেলছঃ ১৯৯/৩ (ৰাহুল ১১২, অভিষেক ৩০, অক্ষৰ ২৫, ষ্টাবছ ২১ প্ৰসিদ্ধ ৪০/১)

গুজৰাট টাইটানছ: ২০৫ (ছাই ১০৮, গিল ৯৩)

গুজৰাটে ১০ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

আমেৰিকাই তিনিজন ভাৰতীয়ক হত্যা কৰাৰ পিছতো নীৰৱ মোদী চৰকাৰ, ক্ষোভ প্ৰকাশ প্ৰাক্তন মেজৰ জেনেৰেল জি ডি বক্সীৰ

June 13, 2026 11:58 pm
ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

ফ্ৰান্সত মুখামুখি হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, মধ্যপ্ৰাচ্যৰ সংকটৰ মাজতে গুৰুত্বপূৰ্ণ আলোচনা

June 13, 2026 11:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd