• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Chhello Show: অস্কাৰৰ দৌৰত গুজৰাটী চলচ্চিত্ৰ ‘চেল্লো শ্বো’; আঁতৰিল ‘কাশ্মীৰ ফাইলছ’, ‘আৰআৰআৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2022 9:31 am
208
VIEWS
Share on FacebookShare on Twitter

India’s official entry for 2023 Oscars বহু চেষ্টাৰ পিছতো আশা পূৰণ নহ’ল! ৰাজামৌলীৰ ‘আৰআৰআৰ’, বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ আৰু সঞ্জয় লীলা ভাঞ্চালীৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’য়ে বক্স অফিচত বৃহৎ ব্যৱসায় কৰি বৃহৎ জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো অস্কাৰৰ দৌৰত পৰাজিত হ’ল।

বিগ বাজেটৰ ছবিক পিছ পেলাই অস্কাৰৰ দৌৰত আগবাঢ়িল গুজৰাটী চলচ্চিত্ৰ ‘চেল্লো শ্বো’ (Chhello Show)।

অস্কাৰ ২০২৩-ত ‘চেল্লো শ্বো’ বা ‘দ্য লাষ্ট শ্বো’ শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ বিভাগত ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে। পৰিচালক পান নলিনৰ ছবিখনে গুজৰাটৰ এখন গাঁৱৰ কাহিনী বৰ্ণনা কৰিছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে এজন কিশোৰে।

চলচ্চিত্ৰখনে ডিজিটেল মাধ্যমৰ আগমন আৰু চেলুলইডৰ অস্বস্তি হেৰুওৱাৰ কাহিনী দাঙি ধৰিছে। ছবিখনে ইতিমধ্যে দেশ-বিদেশৰ বহুতো চলচ্চিত্ৰ সমালোচকৰ পৰা প্ৰশংসা বুটলিছে।

এইবাৰ ছবিখন ভাৰতৰ পৰা অস্কাৰৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্তত অত্যন্ত সুখী পৰিচালকগৰাকী। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ ওচৰত তেওঁ নিজৰ আনন্দ ব্যক্ত কৰিছে।

মন কৰিবলগীয়া যে ১০০০ কোটি টকাৰ ব্যৱসায় কৰাৰ পিছত অহা বছৰৰ অস্কাৰৰ বাবে ‘আৰআৰআৰ’ক শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ আৰু অৰিজিনেল মিউজিকৰ দুটা শাখাত মনোনীত কৰা হ’ব বুলি বাতৰি ওলাইছিল।

এই উৰাবাতৰিটো বিভিন্ন বাতৰি কাকততো লিখা হৈছিল। কিন্তু অৱশেষত ‘চেল্লো শ্বো’য়ে সেই ছবিক অতিক্ৰমি আগবাঢ়িল।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd