• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত মোদী ৰাজ্যৰ ৭০ বছৰীয়া “একলব্য”, তেওঁৰ লক্ষ্য স্থান হ’ল লণ্ডন

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 26, 2019 7:47 pm
Gujarat's "Ekalabya'' reaches Guwahati

গুৱাহাটীত শুকুৰবাৰে ভৰত দাৱে। ছবি-- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ চৰকাৰে “একলব্য” সন্মানেৰে সন্মানিত কৰা ভৰত দাৱে শুকুৰবাৰে আহি গুৱাহাটীত উপস্থিত হৈছে।

লক্ষ্য তেওঁৰ লণ্ডন।

Apply Now

স্বাধীনতা সংগ্ৰামী, নেহৰু চৰকাৰ তথা ভাৰতৰ প্ৰথম গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ “এক ভাৰত শ্ৰেষ্ঠ ভাৰত” বাণী প্ৰচাৰৰ লক্ষ্যৰে ৭০ বছৰীয়া লোকজনৰ এই যাত্ৰা।

পেটেলৰ জন্মদিন ৭ জুলাইৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত তেওঁ ভাৰতৰ ২৯খন ৰাজ্যৰ ৰাজধানী কৰিব।

ইতিমধ্যে তেওঁৰ ভ্ৰমণে দেশৰ ২০খন ৰাজধানী সামৰি লৈছে, ভৰতে জনায়।

“চৰ্দাৰ বল্লভভাই পেটেলৰ বাণীক মূল বিষয়বস্তু হিচাপে লৈ মই এই যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰতিদিনে ভাৰতৰ এখনকৈ ৰাজধানী ভ্ৰমণ কৰাৰ লক্ষ্যৰে মোৰ এই যাত্ৰা আৰম্ভ কৰিছো। বৰ্তমান ২০টা দিনত ভৰি দিয়া মোৰ এই যাত্ৰা সফলভাৱে চলি আছে আৰু উদ্দেশ্য অনুসৰিয়ে মই প্ৰতিদিনে প্ৰতিখন ৰাজ্য ৰাজধানী ভ্ৰমণ কৰিবলৈ সক্ষম হৈছো বৰ্তমানলৈকে। আজি মই উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ দিছপুৰত উপস্থিত হৈছো,” জনালে ভৰতে।

আনহাতে অসমৰ মাটিত ভৰি দি তেওঁ ভাৰতৰ আন ৰাজ্যৰ মানুহৰ মনত অসম সম্পৰ্কে এক ভুল ছবি থকা বুলি মত প্ৰকাশ কৰে।

“অসম এখন অনুন্নত ৰাজ্য বুলি ধাৰণা আছে। তাৰ সম্পূৰ্ণ বিপৰীত ছবি আজি দেখিবলৈ পাইছো। অসমত থাকি মই প্ৰতিটো মুহূৰ্ত সুন্দৰভাৱে উপভোগ কৰিছো,” ভৰতে জনায়।

যাত্ৰাত তেওঁৰ সহযোগী হিচাপে আছে আশুতোষ মেহতা নামৰ গুজৰাটৰে এজন যুৱক।

এই যাত্ৰাৰ পূৰ্বেও ভৰত দাৱে বহুকেইটা প্ৰতিযোগিতামূলক ৰেলিত অংশগ্ৰহণ কৰিছে।

ভৰতে ভাগ লোৱা ৰেলিৰ ভিতৰত আছে হিমালয়ান ৰেলি (ভাৰতত, ১৯৮৫-১৯৯০ চনলৈকে ছয়বাৰ), চাফাৰি ৰেলি (কেনিয়াত তিনিবাৰ)।

তেওঁৰমতে, ভাৰতৰ পৰা আন্তৰ্জাতিক কাৰ ৰেলিত অংশগ্ৰহণ কৰা তেৱেঁই প্ৰথম ব্যক্তি।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd