• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে ভাড়াতীয়া আগ্নেয়াস্ত্ৰ যোগান ধৰা চোৰাং বন্দুক যোগানকাৰী আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 10:53 am
d7e37698b7fbf1b0ee39439e834f8042

ফটো: ডেকন হেৰল্ডৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাইৰ পৰা ব্লেংক আগ্নেয়াস্ত্ৰ কৰ্য় কৰি সেইবোৰ চলচ্চিত্ৰ আৰু টেলিভিশ্বন প্ৰডাকশ্যনৰ বাবে ভাড়াত দিয়াৰ অভিযোগ থকা দুজন চোৰাং বন্দুক যোগানকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে।

কেন্দ্ৰীয় অপৰাধ শাখাই এক অভিযান চলাই মহম্মদ জুনেইড (৩৮) আৰু মহম্মদ তবৰেজ (৪৫) নামৰ দুজন লোকক দক্ষিণ বাংগালুৰুৰ গুৰাপ্পানাপালায়াৰ এটা ঘৰত তালাচী চলাই গ্ৰেপ্তাৰ কৰে।

Apply Now

আৰক্ষীয়ে তেওঁলোকৰ পৰা ২৮টা অনুজ্ঞাপত্ৰহীন আগ্নেয়াস্ত্ৰ আৰু ৭৬ টা কাৰ্তিজো জব্দ কৰে।

জব্দ কৰা আগ্নেয়াস্ত্ৰসমূহ ভিতৰত আছে ১১টা পিষ্টল, ১০টা ৩০৩ ৰাইফল সদৃশ বন্দুক, সাতটা ষ্টেনগান সদৃশ বন্দুক আৰু ৯ এম এম বুলেট সদৃশ ৭৬টা কাৰ্তিজ।

জিলাখনক ছাদাগুনটেপালয়া আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

অপৰাধ শাখাৰ ডিচিপি কে পি  ৰবিকুমাৰে কয় যে আৰ্মছ এক্টৰ অধীনত এখন অনুজ্ঞাপত্ৰ নথকাকৈ ব্লেংক আগ্নেয়াস্ত্ৰ বিক্ৰী কৰাটো বা ভাড়াত দিয়াটো অবৈধ।

তেওঁ জানিবলৈ দিয়া মতে, ব্যক্তি দুজনে দীৰ্ঘদিন ধৰি ব্যৱসায়টো চলাই আহিছিল। তেওঁলোকে এই বন্দুকসমূহ মুম্বাইৰ পৰা প্ৰতিটো ২০,০০০ৰ পৰা ২৫,০০০টকাত ক্ৰয় কৰে আৰু সেইবোৰ ১ লাখ টকাকৈ বিক্ৰী কৰে।

আটক কৰা দুয়োজনৰে গেংষ্টাৰৰ সৈতে সম্পৰ্ক থকা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে সন্দেহ কৰে।

আন এগৰাকী বিষয়াই কয় যে লোক দুজনৰ এই আগ্নেয়াস্ত্ৰ সৰবৰাহ কৰি ধন ঘটাৰ বাদে আন কোনো বৃত্তি নাই। আৰক্ষীয়ে তেওঁলোকৰ কোন উগ্ৰবাদী গোটৰ সৈতে সম্পৰ্ক আছে নেকি সেয়া তদন্ত চলাই আছে।

‘’আমাৰ চাৰ্ভিছ ৰিভলভাৰ/পিষ্টলতকৈ ব্লেংক বন্দুকসমূহৰ শব্দ বহু বেছি। ইয়াৰ দ্বাৰা গুলীয়াই মানুহক ভয় খুৱাবলৈ সহজ। চুৰি-ডকাইতিত এনে বন্দুকসমূহ ব্যৱহাৰ কৰিব পাৰে,’’-বিষয়াগৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd