• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘৰুৱা বিবাদ! নিজৰ পৰিয়ালৰ ৬ জন সদস্যক হত্যা কৰি নিজেও চৰম সিদ্ধান্ত ল’লে বন্দুকধাৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 11:33 am
87
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ আইঅ’ৱাৰ মাস্কাটিন চহৰত ঘৰুৱা বিবাদত পৰিয়ালৰ ছয়জন সদস্যক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে এজন বন্দুকধাৰীয়ে। এনে আকস্মিক ঘটনাই স্থানীয় বাসিন্দাৰ মাজত শোক আৰু আতংক বিয়পাইছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে বিয়লি এটা ঘৰৰ পৰা বন্দুকৰ গুলীৰ শব্দ শুনাৰ পিছত জৰুৰীকালীন নম্বৰটোলৈ ফোন আহে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী বিষয়াসকলে দ্ৰুতগতিত সেই স্থানত উপস্থিত হৈ একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃতদেহ উদ্ধাৰ কৰে। অৱশ্যে আৰক্ষী অহাৰ পূৰ্বেই আক্ৰমণকাৰীয়ে সেই স্থানৰ পৰা ওলাই যায়।

Apply Now

পিছত তদন্ত অগ্ৰগতিৰ লগে লগে মহানগৰীৰ আৰু দুটা স্থানত অভিযান চলাই দুজন গুলিবিদ্ধ লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এজনক এটা ঘৰত আৰু আনজনক ওচৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায়।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে নিশ্চিত কৰে যে নিহত আটাইকেইজনেই আক্ৰমণকাৰীৰ পৰিয়ালৰ সদস্য। আৰক্ষীয়ে সন্দেহযুক্ত আক্ৰমণকাৰীজনক ৫২ বছৰীয়া ৰিয়ান উইলছ মেকফাৰ্লেণ্ড বুলি চিনাক্ত কৰিছে।

ঘটনাৰ পিছতো আৰক্ষীয়ে সন্দেহজনক লোকজনক অনুসৰণ অব্যাহত ৰাখিছে। এটা সময়ত মিচিচিপি নদীৰ কাষেৰে পলায়ন কৰাৰ সময়ত তেওঁ এখন পথচাৰীৰ দলঙৰ ওচৰত ঘেৰাও কৰি পেলোৱা হয়।

আৰক্ষীৰ মুখামুখি হোৱাত লোকজনে নিজৰ ওপৰত বন্দুকেৰে গুলী চলাইছিল। পিছত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।

মাস্কাটিনৰ আৰক্ষী অধীক্ষকে কয় যে এই নৃশংস ঘটনাই সমগ্ৰ সমাজক গভীৰভাৱে কঁপাই তুলিছে। এনে ভয়ংকৰ ঘটনাৰ বেদনা শব্দৰে প্ৰকাশ কৰাটো কঠিন।

তদন্তকাৰীয়ে জনোৱা মতে, আক্ৰমণকাৰীৰ পূৰ্বৰ অপৰাধজনিত অভিলেখ আছিল। অৱশ্যে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি এতিয়া কোনো ভাবুকি নাই। বৰ্তমানেও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই নিহতসকলৰ পৰিচয় আৰু বয়স। ঘটনাৰ আঁৰৰ সঠিক কাৰণ জানিবলৈ আৰক্ষীয়ে বিতং তদন্ত অব্যাহত ৰাখিছে।

কিন্তু পাৰিবাৰিক বিবাদৰ ফলত সংঘটিত হোৱা এই হত্যাকাণ্ডই ঘৰুৱা হিংসা আৰু আগ্নেয়াস্ত্ৰ ব্যৱহাৰৰ বিপদৰ বিষয়ে আমেৰিকাত পুনৰ এক নতুন আলোচনাৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd