DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Viral Gutkha Man in India vs New Zealand test: ভাইৰেল ‘জ্বৰত’ ব্যতিব্যস্ত কানপুৰ টেষ্টৰ ‘গুটখা মেন’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2021 3:35 pm
Viral Gutkha Man in India vs New Zealand test
1k
VIEWS
Share on FacebookShare on Twitter

কানপুৰৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলি থকা প্ৰথম খন টেষ্ট খেলৰ মাজতে এজন ব্যক্তিয়ে ফোনত কথা পাতি থকা আৰু ‘ধপাত’ চোবাই থকা এটা ভিডিঅ’ বৃহস্পতি বাৰে ভাইৰেল হৈ পৰাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক হাস্যৰসৰ সৃষ্টি হৈছিল।

ভাইৰেল হোৱা ব্যক্তিজনক, কানপুৰৰ মহেশ্বৰী মাহোলৰ বাসিন্দা শোবিত পাণ্ডে বুলি চিনাক্ত কৰা হৈছে। শুক্ৰবাৰে শোবিত পাণ্ডেক পুনৰ গ্ৰীণ পাৰ্ক ষ্টেডিয়ামত দেখিবলৈ পোৱা গ’ল। এইবাৰ পাণ্ডেই হাতত এখন প্লেকাৰ্ড লৈ থকা দেখিবলৈ পোৱা যায়, য’ত লিখা আছিল “ধপাত খোৱাটো এটা বেয়া অভ্যাস”।

 

বৃহস্পতিবাৰে ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছত পাণ্ডে কৌতুকৰ কেন্দ্ৰ হৈ পৰিছিল আৰু সামাজিক মাধ্যমত তেওঁক গুটখা মেন নামেৰে ট্ৰ’ল কৰা হৈছিল। আনকি জনপ্ৰিয় কবি ড০ কুমাৰ বিশ্বাস আৰু প্ৰাক্তন ভাৰতীয় বেটাৰ ৱাছিম জাফৰৰ দৰে ব্যক্তিত্বেও টুইটাৰত পাণ্ডেৰ মিম শ্বেয়াৰ কৰিছিল।

ভাইৰেল হৈ পৰাৰ পিছত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে শোবিত পাণ্ডেই। পাণ্ডেই কয়, “প্ৰথমতে মই স্পষ্ট কৰিব বিচাৰো যে মই গুটখা খোৱা নাই। মই পাণ খাই আছিলো আৰু মোৰ বন্ধুৰ সৈতে ফোনত কথা পাতি আছিলো। তেওঁ একেখন ষ্টেডিয়ামতে এটা পৃথক ষ্টেণ্ডত বহি খেল চাই আছিল।”

“এইটো মাত্ৰ দহ ছেকেণ্ডৰ ফোন কল আছিল আৰু এই ক্ষণটোৱেই ভাইৰেল হৈ পৰিছিল। মই কথা পাতি থকা মোৰ বন্ধুজনেই মোক ভিডিঅ’টো ভাইৰেল হৈ পৰিছে বুলি খবৰ দিছিল।” তেওঁ লগতে কয়।

তেওঁ লগতে কয়, ভিডিঅ’টোত তেওঁৰ কাষত বহি থকা দেখিবলৈ পোৱা যুৱতীগৰাকী তেওঁৰ নিজা ভগ্নী আছিল। কিন্তু বহুলোকে তেওঁলোকক আন সম্পৰ্কৰ পৰিচয় দি বেয়া মন্তব্য কৰিছে।ই তেওঁক বিচলিত কৰি তুলিছে।

“মই একো ভুল কৰা নাছিলো, সেয়েহে মই এই বিষয়ত লজ্জিত নহয়। মই কেৱল চিন্তিত যে কিছুমান মানুহে মোৰ ভগ্নীৰ বিষয়ে বেয়া মন্তব্য দি আছে। মই সমগ্ৰ পৰিস্থিতিটোৰ সন্দৰ্ভত মিডিয়া হাউচ আৰু আন লোকৰ পৰা অসংখ্য ফোন পাইছো আৰু মই ব্যতিব্যস্ত হৈ পৰিছো।”- পাণ্ডেই কয়।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd