• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ জাৱৰ নিষ্কাশনৰ লগতে উন্মুক্ত নলা পুনৰ নিৰ্মাণৰ দাবী আপৰ : মেয়ৰ মৃগেন শইকীয়াক স্মাৰক পত্ৰ প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2025 4:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষাৰ পূৰ্বেই গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমা পুনৰ নিৰ্মাণ আৰু উন্মুক্ত মেনহ‘ল সমূহৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ লগতে জাবৰ নিষ্কাশনৰ সুব্যৱস্থা কৰিবলৈ মেয়ৰ মৃগেন শইকীয়াক স্মাৰক পত্ৰ প্ৰদান কৰিলে আম আদমী পাৰ্টিৰ ৰাজ্যিক কমিটীয়ে।

আজি উজান বজাৰস্থিত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যালয়ত আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাৰ নেতৃত্বত যোৱা এটা সজাতী দলে মহানগৰবাসীৰ এই জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ অৰ্থে স্মাৰক পত্ৰ প্ৰদান কৰে।

Apply Now

আপৰ ৰাজ্যিক নেতৃবৃন্দই প্ৰদান কৰা স্মাৰক পত্ৰত  উল্লেখ কৰে যে গুৱাহাটীৰ বহু অঞ্চলৰ পদপথ সমূহ জৰাজীৰ্ণ আৰু উন্মুক্ত নলাই পথচাৰীক সকলো সময়তে বিপদত পেলাই আহিছে। এতিয়া বাৰিষাৰ আগমনৰ সময়, বাৰিষা আহিলেই কৃত্রিম বানৰ ফলত মহানগৰীৰৰ ৰাজপথতেই নদী সদৃশ পৰিৱেশ সৃষ্টি হোৱাতো বহু পুৰণি সমস্যা। গুৱাহাটী পৌৰ নিগমে মাজে-সময়ে নলা-নর্দমা সমূহ চাফা কৰিছে ঠিকেই, কিন্তু মেৰামতিৰ অভাৱত কাহিলিপাৰা, গণেশগুৰি, চানমাৰি, বাজগড়, মালিগাওঁ আদি বহু ঠাইত নলাৰ ওপৰৰ পদপথত সৃষ্টি হৈছে বৃহৎ বৃহৎ মেনহ‘ল। স্বয়ংসৃষ্ট এই মেনহ‘লসমূহ দীর্ঘদিনে আছে উন্মুক্ত অবস্থাত। দুই-এডাল বাঁহ বান্ধি ৰঙা কাপোৰেৰে বিপদৰ চিহ্ন দেখুৱাই দিয়া এই উন্মুক্ত নলাসমূহ বাৰিষা আহিলেই বৰষুণৰ পানীত বুৰ যায়। ফলত পথচাৰীসকলে বিপদত পৰি আহিছে। বৰষুণৰ পানীৰে ৰাস্তা আৰু পদপথ একাকাৰ হৈ কর্তব্যস্থানলৈ অহা-যোৱা কৰা বহু লোক প্রতি বছৰে বিভিন্ন সময়ত বিপদৰ সন্মুখীন হৈছে, হতাহত হৈছে, নলাত উটি গৈ মৃত্যুক আকোৱালি লৈছে।

উল্লেখ্য যে আজি মেয়ৰ মৃগেন শইকীয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদানৰ পিছতে আপৰ সজাতী দলটোৱে উত্থাপন কৰা বিষয়সমূহ সমাধানৰ আশ্বাস দিয়ে।  ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাৰ নেতৃত্বত যোৱা দলটোত ৰাজ্যিক যুটীয়া সম্পাদক জয়ন্ত শইকীয়া, যুৱ শক্তিৰ উপ সভাপতি জিতু ডেকা, সম্পাদক সৌৰভ কলিতা, দিতুল বৰুৱাৰ উপৰি বহুকেইগৰাকী দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

অসমৰ কাৰাগাৰত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে এইচ আই ভি ৰোগী : মাত্ৰ চাৰি মাহত ২২৬ জন আক্ৰান্ত

August 31, 2026 12:50 pm
ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd