• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ ‘সাহসী’ৰ ২০২০ বৰ্ষৰ ‘সাহসিকতা’ বঁটা

কল্পজ্যোতিৰ লগতে বিপুল বৰ্মণ, দেৱজিৎ তালুকদাৰ, ধীৰাজ হাজৰিকা, গৌতম গগৈ, উৎপল বৰা, নিপু কলিতালৈ ‘সাহসিকতা’ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2020 10:50 pm
Sahoshi Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থ ইষ্ট নাওৰ সাংবাদিক কল্পজ্যোতি শইকীয়ালৈ বে-চৰকাৰী সংস্থা সাহসীৰ ২০২০ বৰ্ষৰ সাহসিকতা বঁটা ঘোষণা কৰা হৈছে।

কল্পজ্যোতিৰ লগতে নিউজ-১৮ অসম নৰ্থষ্টৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মণ, আছাম টকছৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ তালুকদাৰ, ডি-ৱাই-৩৬৫ৰ সাংবাদিক ধীৰাজ হাজৰিকা, প্ৰাগ নিউজৰ সাংবাদিক গৌতম গগৈ আৰু উৎপল বৰালৈ এই সাহসিকতা বঁটা ঘোষণা কৰা হৈছে।

Apply Now
সাংবাদিক উৎপল বৰা

ইয়াৰোপৰি, জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতালৈও এই সন্মান আগবঢ়োৱা হ’ব।

এক বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে সাহসীৰ সভানেত্ৰী তৃষ্ণা নাথে।

ইয়াৰোপৰি সমাজৰ বিভিন্ন ক্ষেত্রৰ সৈতে জড়িত হৈ সমাজ জীৱনৰ হৈতে কাম কৰি থকা বিশেষ তিনিজন ব্যক্তিক এই অনুষ্ঠানত বিশেষভাৱে সন্মানিত কৰা হ’ব বুলি তেওঁ বিজ্ঞপ্তিত জনায়।

এই অনুষ্ঠানত বটাঁপ্ৰাপকসকলক বঁটা প্ৰদান কৰিব বিশিষ্ট সমাজকৰ্মী মুকুল শইকীয়া, অসমৰ বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ আৰু অসমৰ মফচলীয় সাংবাদিক সকলৰ একমাত্র উমৈহতীয়া মঞ্চ আপকুৰ কেন্দ্রীয় সমিতিৰ সভাপতি মনোজ কুমাৰ সিঙে।

সাংবাদিক গৌতম গগৈ

গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনত অহা ২৯ নবেম্বৰত আয়োজিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান।

সাহসী  হৈছে অসমৰ এগৰাকী লাঞ্চিতা, বঞ্চিতা আৰু নিৰ্যাতিতা মহিলাৰ উদ্যোগত ২০১৭ বৰ্ষত জন্ম লাভ কৰা বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থা।

যি সাহসী ৰ লক্ষ্য কেৱল সমাজত নিৰ্যাতিতা আৰু আৰ্তজনৰ কাষত থাকি নিৰ্যাতনকাৰীক আইনৰ জৰিয়তে শাস্তি প্রদান কৰা, দুখীয়া দৰিদ্ৰ জনৰ কাষত ঠিয় হৈ তাৎক্ষণিকভাৱে সহায়ৰ হাত আগবঢ়োৱা, মেধা দৰিদ্ৰ ছাত্র-ছাত্ৰীক আৰ্থিক সহায়ৰ হাত আগবঢ়োৱা আদি কাম কৰাই সংস্থাটোৰ মূল লক্ষ্য।

ইয়াৰ মাজতে সাহসী-এ বিগত সময়ত অতি সাহসিকতাৰে অসমৰ সমাজ জীৱনলৈ কাম কৰি অহা ব্যক্তিসকলৰ ভিতৰৰ নিৰ্বাচিত ১০ জন বিভিন্ন ক্ষেত্রৰ হৈতে জড়িত লোকক সাহসিকতা বঁটা প্ৰদান কৰি আহিছে বুলি তৃষ্ণাই জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd