• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বীনা বৰা হত্যাকাণ্ড : আদালতত সম্পূৰ্ণ হ’ল মিখাইলৰ জেৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 28, 2018 1:59 pm
sheena-pic-570x320

মাতৃ ইন্দ্রাণী আৰু সহযোগীয়ে মিলি হত্যা কৰা শ্বীনা বৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বীনা বৰা হত্যাকাণ্ড সন্দৰ্ভত আদালতত মিখাইল বৰাৰ জেৰা সোমবাৰে সম্পূৰ্ণ হৈছে। এই গোচৰৰ মূল অভিযুক্ত হৈছে মিখাইলৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী আৰু প্ৰাক্তন মিডিয়া বেৰণ পীটাৰ মুখাৰ্জী।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এক বাতৰিত প্ৰকাশ পাইছে যে চিবিআইৰ বিশেষ আদালতত ন্যায়াধীশ জে চি জাগদালেৰ অধীনত বিগত এমাহ ধৰি তেওঁৰ জেৰা চলিছিল। ২০১২ চনত সংঘটিত হোৱা হত্যাকাণ্ডটোৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত মিখাইল হৈছে পোন্ধৰ নম্বৰ সাক্ষী।

Apply Now

বাতৰিটোত লগতে কোৱা হৈছে যে সোমবাৰে পীটাৰ মুখাৰ্জীৰ অধিবক্তা শ্ৰীকান্ত শিৱডেই মিখাইলক জেৰা কৰে। এটা প্ৰশ্নৰ উত্তৰত মিখাইলে জনায় যে পীটাৰ মুখাৰ্জীৰ পুত্ৰ ৰাহুল মুখাৰ্জীৰ সৈতে শ্বীনাৰ সম্পৰ্কটো পীটাৰ আৰু ইন্দ্ৰাণীয়ে ‘ভালপোৱা নাছিল’’ বুলি শ্বীনাই তেওঁক কৈছিল।

মিখাইলে আদালতক জনায় যে তেওঁ এই কথাটো তেওঁৰ জবানবন্দী গ্ৰহণ কৰাৰ সময়ত চিবিআইৰ আগত সদৰী কৰিছিল। জবানবন্দী দিয়াৰ সময়ত তেওঁক ‘কেৱল নিৰ্বাচিত তথ্যহে প্ৰকাশ কৰিবলৈ’ আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ কথা মিখাইলে অস্বীকাৰ কৰে।

প্ৰতিপক্ষৰ অধিবক্তাই আঙুলিয়াই দিয়ে যে আদালতত মিখাইলে প্ৰকাশ কৰা গোচৰটোৰ লগত জড়িত বিভিন্ন তথ্য তেওঁ আৰক্ষী বা চিবিআইক দিয়া জবানবন্দীত উল্লেখ নাই। মূল অভিযুক্ত ইন্দ্ৰাণীৰ পূৰ্বৰ বিবাহ সম্পৰ্কৰ পৰা হোৱা কন্যা শ্বীনাক (২৪) অভিযোগ অনুসৰি ২০১২ চনৰ এপ্ৰিলত হত্যা কৰা হৈছিল।

অৱশ্যে এই ঘটনা পোহৰলৈ আহে ২০১৫ চনৰ আগষ্ট মাহত যেতিয়া পীটাৰ মুখাৰ্জীৰ ড্ৰাইভাৰ শ্যামবৰ ৰাইক এক মাৰণাস্ত্ৰ ৰখাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁ সকলো সদৰী কৰে। মুম্বাই আৰক্ষীয়ে শ্বীনাক হত্যা কৰাৰ অভিযোগত ইন্দ্ৰাণী, খান্না আৰু ৰাইক গ্ৰেপ্তাৰ কৰে। পিছত এই হত্যাৰ ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত পীটাৰ মুখাৰ্জীকো গ্ৰেপ্তাৰ কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am
কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

কনফাৰ্মড টিকট কৰি দিয়াৰ প্ৰতিশ্ৰুতি! ষ্টেচন চৌহদতে যুৱতীক ‘ধৰ্ষণ’ ৰে’লৱে কৰ্মচাৰীৰ

September 5, 2026 8:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd