• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰ্ষাপাৰাত গুৱাহাটী বাছনি দবা প্ৰতিযোগিতা (জুনিয়ৰ আৰু মহিলা) অনুষ্ঠিত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 14, 2022 5:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বাছনি দবা প্ৰতিযোগিতা খন গুৱাহাটীৰ বৰ্ষাপাৰাত অৱস্থিত চাউথ পইণ্ট স্কুলত অনুষ্ঠিত হৈ যায়। গুৱাহাটী দবা সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতা খনৰ পৰাই যোৰহাটত অনুষ্ঠিত হব লগা সদৌ অসম আন্ত:জিলা জুনিয়ৰ আৰু মহিলা শাখাত গুৱাহাটী দলক প্ৰতিনিধিত্ব কৰিব লগীয়া খেলুৱৈসকলক বাছনি কৰা হৈছে।

প্ৰতিযোগিতা খন অনুৰ্দ্ধ ৭ বছৰ, অনুৰ্দ্ধ ৯ বছৰ, অনুৰ্দ্ধ ১১ বছৰ, অনুৰ্দ্ধ ১৩ বছৰ, অনুৰ্দ্ধ ১৫ বছৰ লৰা আৰু ছোৱালী উভয় শাখাত আৰু মহিলাৰ শাখাত অনুষ্ঠিত হৈছিল।
অনুৰ্দ্ধ ৭বছৰ লৰা শাখাত প্ৰাচুৰ্য্য চাংমাই ৩ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। পাৰ্থিৱ শংকৰছানাই ২পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে।

Apply Now

অনুৰ্দ্ধ ৭বছৰ ছোৱালী শাখাত ধান্যতা গোস্বামীয়ে ৪পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। আব্ৰি নাইলা বৰাই ২পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। আৰ্য়্য জৈন আৰু শ্বানায়া ভৌমিকে ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।
অনুৰ্দ্ধ ৯ বছৰ ল’ৰা শাখাত, আৰোহনে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। কৃষ্ণাভ মৃণ্ময় হাজৰিকাই এইটো শাখাত ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। ৰজত বাফনা আৰু নীহাৰ দাসে ক্ৰমে ৩ পইণ্ট আৰু ২.৫ পইণ্টকৈ সংগ্ৰহ কৰি তৃতীয় আৰু চতুৰ্থ স্থান অধিকাৰ কৰে।

অনুৰ্দ্ধ ৯ বছৰ ছোৱালী শাখাত ৰিতিশা মাইৰা ৰাজবংসীয়ে ৩.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। সৃষ্টি ৰূপা ৰয় আৰু আয়ুস্মিতা পল উভয়ে ৩পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১১বছৰ ল’ৰা শাখাত তন্ময় ৰাজবংসীয়ে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। জগজিত সিনহাই ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। জয়ৰাজ বৰ্মন আৰু এমিল বৰগোহাঞিয়ে ৩পইণ্টকৈ সংগ্ৰহ কৰি টাইব্ৰেক স্কৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।

অনুৰ্দ্ধ ১১ বছৰ ছোৱালী শাখাত তমন্না শৰ্ম্মাই ২.৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। হৃদিকা দাসে ২পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১৩ বছৰ ল’ৰা শাখাত হিমানীশ শৰ্ম্মাই ৪পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। শুভাঙ্গ প্ৰান কাশ্যপে ৩.৫পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে। প্ৰিয়ানুজ দাসে ৩পইণ্ট লাভ কৰি তৃতীয় স্থান আৰু সুহান পতিয়ে ১.৫পইণ্টেৰে চতুৰ্থ স্থান লাভ কৰে।

অনুৰ্দ্ধ ১৩ বছৰ ছোৱালী শাখাত আফশ্বীন আফশ্বা জামানে ৫ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান অধিকাৰ কৰে। ইক্ষিতা বৰ্মনে ৪পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান আৰু ডেইজী দত্তই ৩পইণ্ট অৰ্জন কৰি তৃতীয় স্থান লাভ কৰে।
অনুৰ্দ্ধ ১৫ বছৰ শাখাত শুভম ভট্টাচাৰ্যই ৩.৫ পইণ্টেৰে প্ৰথম স্থান অধিকাৰ কৰে। নলীনাক্ষ কাশ্যপে ২.৫পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰে।

মহিলা শাখাত ৰিচা বুজৰ বৰুৱাই ২.৫ অৰ্জন কৰি প্ৰথম স্থান অধিকাৰ কৰে। শিৱাঙ্গী প্ৰিয়া কাশ্যপেও ২.৫ সংগ্ৰহ কৰে যদিও টাইব্ৰেক স্কৰৰ ভিত্তিত দ্বিতীয় স্থান লাভ কৰে। শিখামনি কলিতা আৰু স্তুতি শৰ্ম্মাই ২পইণ্টকৈ সংগ্ৰহ কৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান লাভ কৰে।

প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিঅনুষ্ঠিত হৈছিল । সৰ্ব্বমূঠ ৪৩ জন খেলুৱৈয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ পৰাই যোৰহাটত অনুষ্ঠিত হব লগা সদৌ অসম আন্ত: জিলা দবা প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু মহিলাৰ শাখাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিব লগা খেলুৱৈ সমূহ বাছনি কৰা হৈছে।

প্ৰতিযোগিতা খন ফিডে আৰ্বিটাৰ চেলিনা মাচুমে মূখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰিছিল। চিৰৰঞ্জন ভূঞা আৰু প্ৰয়াগ হাজৰিকাই ডেপুটি আৰ্বিটাৰ হিচাপে তেওঁক সহযোগ কৰিছিল। গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ নাথ প্ৰতিযোগিতাৰ পৰিচালক আছিল।

 চাউথ পইণ্ট স্কুলত প্ৰতিযোগিতাৰ বঁটাবিতৰণী সভাপতি অনুষ্ঠিত হয়। প্ৰণৱ কুমাৰ নাথ, সাধাৰণ সম্পাদক, গুৱাহাটী দবা সন্থা সভা খনৰ আঁত ধৰে। সভাত ইশা গাঙ্গৱাল অতিথি হিচাপে উপস্থিত থাকে। গুৱাহাটী দবা সন্থাৰ কোষাধ্যক্ষ কুশল বাগাড়ীয়া, যুটীয়া সম্পাদক চিৰৰঞ্জন ভূঞাও সভাত উপস্থিত থাকে। প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ ইশা গাঙ্গৱাল, সভাপতি, জে চি আই, গুৱাহাটী হুনাৰ, ৰাজেশ গাঙ্গৱাল, চেলীনা মাচুম, প্ৰয়াগ হাজৰিকা, চিৰৰঞ্জন ভূঞা আৰু প্ৰশিক্ষক হোমেন ৰাভাই বিতৰণ কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd