• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাহ্নৱীৰ স্কুটাৰতে আৰক্ষীৰ ৰহস্য ভেদৰ চাবিকাঠী ||গুৱাহাটী বিস্ফোৰণ

এমেৰিকান বায়ুসেনা বাহিনী নিয়ন্ত্ৰিত জি পি এচ কি? ম’বাইল আৰু স্কুটিৰ ল’কেচনৰ ৰিজনিয়ে বিস্ফোৰণৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক স্থাপনত অসম আৰক্ষীক সহায় কৰিব পাৰে।

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 18, 2019 5:48 pm
Guwahati grenade blast: GPS-fitted scooter aids police to break the code

বিস্ফোৰণত ব্যৱহৃত স্কুটিখন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহিযা নামৰ বাহন ভাৰা দিয়া কাম্পেনিটোৰ পৰা জাহ্নৱী শইকীয়াই ভাৰাত লোৱা স্কুটিৰে বুধবাৰে গুৱাহাটীত চলিছিল আলফা-স্বাধীনৰ গ্ৰেনে’দ বিস্ফোৰণ অভিযান।

জু তিনিআলিত মুখ্য কাৰ্য্যালয় থকা থলুৱা কাম্পেনিটোৰ পৰিচালন সঞ্চালক উপকূল তালুকদাৰে শনিবাৰে সংবাদমেলযোগে এই কথা ৰাজহুৱা কৰিছে।

Apply Now

বিস্ফোৰণৰ দিনাই দুপৰীয়া প্ৰায় ১২ বজাত শইকীয়াই প্ৰতিষ্ঠানটোৰ বাহনখন (নং AS 01DQ 4420) ভাৰালৈ লৈছিল।

“তেওঁ (জাহ্নৱী) নিজৰ পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইচেন্সৰ জেৰক্স দি এদিনৰ বাবে ৪৫০ টকাত ভাড়াত লৈছিল বাহনখন,” তালুকদাৰে জনায়।

ঘটনাৰ পিছত বাতৰিত স্কুটিখন দেখা পাই আহিযাই বিষয়টো অসম আৰক্ষী সঞ্চালকপ্ৰধানক অৱগত কৰে।

“পিছত উপ আৰক্ষী আয়ুক্তৰ সৈতে আমি আলোচনাত বহোঁ,” তালুকদাৰে কয়।

একেদিনাই ওভতাব লগা বাহনখন পিছদিনাও ঘূৰাই নিদিয়াত কাম্পেনিটো অধিক সন্দিহান হৈ পৰে।

তেওঁ লগতে জনাই যে বিস্ফোৰণৰ সময়ত স্কুটিখনৰ অৱস্থান উক্ত স্থানতে দেখা পোৱা গৈছিল। গ্ৰাহকৰ অৱস্থান জনাৰ বাবে আন কাম্পেনিৰ দৰে আহিযাৰ বাহনসমূহতো জি পি এচ-সংযোগ কৰা থাকে।

তদন্তৰ সুবিধাৰ বাবে আৰক্ষীক স্কুটিখনৰ সকলো ল’কেচনৰ তথ্য যোগান ধৰা হৈছে বুলিও সঞ্চালক তালুকদাৰে সদৰী কৰে।

স্কুটিখন ক’ত ক’ত গৈছিল সেই সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁ অপাৰগতা প্ৰকাশ কৰে। “আৰক্ষীৰ তদন্তৰ স্বাৰ্থত সেয়া আমি ক’বলৈ অপাৰগ।”

বিস্ফোৰণটোত আঘাত পাই চিকিৎসাধীন হৈ থকা ব্যক্তিসকলক আহিযাৰ ফালৰ পৰা চিকিৎসাৰ বাবদ ১লাখ টকা প্ৰদান কৰা হ’ব বুলিও তালুকদাৰে সংবাদমেলত প্ৰকাশ কৰে।

বিস্ফোৰণৰ সময়ত জাহ্নৱী শইকীয়া ঘটনাথলীতে আছিল বুলি ইতিমধ্যে খবৰ প্ৰকাশিত হৈছে।

শইকীয়াৰ ম’বাইল আৰু স্কুটিখনৰ ল’কেচনৰ ৰিজনিয়ে বিস্ফোৰণৰ সৈতে মহিলাগৰাকীৰ সম্পৰ্ক স্থাপনত অসম আৰক্ষীক সহায় কৰিব পাৰে।

লগতে পঢ়িব পাৰে— এমেৰিকান বায়ুসেনা বাহিনী নিয়ন্ত্ৰিত জি পি এচ কি?

লগতে পঢ়িব পাৰে– বিস্ফোৰণত জড়িত নহয় প্ৰাণময়-জাহ্নৱী, আৰক্ষীয়ে “মে’কিং” কৰিছে

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd