• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপ্সৰাত ছেকেণ্ড শ্ব’, বন্দনাত মেটিনী, সকলো হ’বগৈ স্মৃতি…

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2020 7:37 pm

1 min read

apsara-cinema-p
314
VIEWS
Share on FacebookShare on Twitter

এটা সময় আছিল যেতিয়া চিনেমাপ্ৰেমী বহুতেই চিনেমা হললৈ চিনেমা উপভোগ কৰিবলৈ গৈ টিকটৰ বাবে হেঁচা-ঠেলা কৰিছিল, টিকট নাপালে কেতিয়াবা ব্লেকতো টিকট কিনি চিনেমা চাইছিল।

গৰমৰ দিনত দিনটোৰ কাম-কাজ সামৰি নিশা বহুতে চিনেমা হললৈ ছেকেণ্ড শ্ব’ চাবলৈ গৈছিল।

কলেজলৈ যাওঁ বুলি বহুতে পুৱাৰ মেটিনী শ্ব’ চাবলৈ গৈছিল।

এনে বহু স্মৃতিয়ে হয়তো বহুতকে আজিও আমনি কৰে।

বহুতৰে বাবে বহু স্মৃতিৰ আকৰ গুৱাহাটীৰ অতি পুৰণি চাৰিটাকৈ চিনেমাহল এতিয়া সম্পূৰ্ণ ৰূপে বন্ধ  হৈ পৰিল।

সহজলভ্য প্ৰযুক্তি আৰু ক’ৰ’ণাতংকৰ বাবে দিয়া লকডাউনৰ ফলত এই চিনেমাহল কেইটাৰ স্বত্বাধিকাৰীসকল আৰ্থিক ভাবে প্ৰচুৰ ক্ষতিৰ সন্মুখীন হৈছিল।

সেয়ে উপায়ান্তৰ হৈ তেওঁলোকে চিনেমাহল কেইটা বন্ধ কৰি দিয়াৰ সিদ্ধান্ত হ’বলৈ বাধ্য হয়।

সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া গুৱাহাটীৰ চিনেমাহল কেইটা হৈছে ক্ৰমে অপ্সৰা,মেঘদূত,উৰ্ৱশী আৰু বন্দনা।

বহুতৰে বহু স্মৃতি বিজড়িত এই চিনেমাহল কেইটা বন্ধ হৈ পৰাৰ খবৰে চিনেমাপ্ৰেমীসকলক ব্যথিত কৰি তোলা পৰিলক্ষিত হৈছে।

উল্লেখ্য কিছুদিন পূৰ্বে চৰকাৰে ৫০ শতাংশ দৰ্শকেৰে চিনেমাহলসমূহ খোলাৰ অনুমতি দিছিল যদিও কেৱল ৫০ শতাংশ দৰ্শকেৰে চিনেমাহল চলালে ব্যাপক লোকচান হোৱাৰ আশংকা কৰিয়েই হল কেইটা বন্ধ কৰি দিয়া হয়।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd