DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত নিশা ঘৰত সোমাই মাতৃ-কন্যাক চুৰিকাঘাট; এজন নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 3, 2019 10:55 am
3.9k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ পাঞ্জাবাৰীত মঙলবাৰে নিশা সংঘটিত এক ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাঞ্জাবাৰীৰ গণেশ মন্দিৰৰ সমীপৰ এটা বাসগৃহত কালি নিশা দুৰ্বৃত্তই প্ৰৱেশ কৰি মাতৃ আৰু কন্যাক চুৰিকাঘাট কৰে।

উক্ত আক্ৰমণৰ ফলত মাতৃ উৰ্বশী কৈৱৰ্তই প্ৰাণ হেৰুৱাব লগীয়া হয়।

স্থানীয় লোকে জনোৱা মতে নিশা প্ৰায় ৯:৩০ মান বজাত এটা দুৰ্বৃত্তৰ দলে লোকঘৰত সোমাই চলোৱা উক্ত আক্ৰমণত গুৰুতৰভাৱে আহত মাতৃ উৰ্বশী কৈৱৰ্ত আৰু কন্যা থাপনা কৈৱৰ্তক সংকটজনক অৱস্থাত নিশাই দিচপুৰ জি এন আৰ চিত ভৰ্তি কৰোৱা হৈছিল যদিও মাতৃগৰাকীয়ে চিকিৎসালয়তে শেষ নিস্বাস ত্যাগ কৰে।

ইতিমধ্যে সমগ্ৰ ঘটনা সম্পৰ্কে সাতগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি থাপনা কৈৱৰ্তই দলটোক চিনি পাইছে দুবৃত্তৰ দলটোক চিনি পাইছে।

২গৰাকী মহিলাসহ ৪জন লোকে উক্ত ঘটনাটো সংঘটিত কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে মহিলা ২গৰাকীক গ্ৰেপ্তাৰ কৰিছে যদিও আক্ৰমণত জড়িত আন দুজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

নিহত মহিলাগৰাকীৰ ভাতৃয়ে জনোৱা মতে দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালটোক ১০ লাখ টকা দাবী কৰিছিল, দাবী কৰা ধন নিদিয়াৰ বাবেই এইদৰে আক্ৰমণ চলোৱা হয় বুলি তেওঁ কয়।

আহত কন্যা থাপনা কৈৱৰ্ত বাতৰি লিখা পৰ্যন্ত দিচপুৰ জি এন আৰ চিত চিকিৎসাধীন হৈ আছে।

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd