• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধৰ্ষণকাৰী বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবীত দীঘলী পুখুৰীত আপৰ প্ৰতিবাদ, প্ৰতিবাদকাৰীক আটক

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 15, 2023 4:52 pm
2.2k
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ বৰডুবিত বিজেপিৰ বুথ সভাপতি সমুন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আম আদমি পাৰ্টি, অসমৰ প্ৰতিবাদী সদস্য সকলক আটক কৰি লৈ যায় অসম আৰক্ষীয়ে।

আপৰ অসমৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীয়ে কয় যে ২০২৩ চনৰ ২০ মাৰ্চত ১৩ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি ভুক্তভোগী কিশোৰীৰ মাতৃক আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছিল বিজেপিৰ সমুন্দ্ৰ ৰায় লিম্বু নামৰ ব্যক্তিগৰাকীয়ে।  ১৪ এপ্ৰিল আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল ভুক্তভোগীৰ মাতৃ।

উল্লেখ্য যে দেওবাৰে অৱস্থান কৰা প্ৰতিবাদকাৰী সকলৰ প্ৰতিবাদ বলপূৰ্বকভাবে বন্ধ কৰি দুখন বাছত উঠাই প্ৰতিবাদকাৰী সকলক লৈ যোৱা হয়।

আজি এই প্ৰতিবাদত যোগদান কৰা ১৩ বছৰীয়া ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ জ্যেষ্ঠ ভাতৃ আৰু পৰিয়ালৰ আন ৫ গৰাকীকো আৰক্ষীয়ে আটক কৰিছে।

উল্লেখ্য যে ২০২৩ চনৰ ২১ এপ্ৰিলত ৫৩ বছৰীয়া সমুন্দ্ৰ ৰায় লিম্বুৰ বিৰুদ্ধে ভুক্তভোগীৰ ভাতৃয়ে বৰডুবি থানাত ৪৩৪/২০২৩ নম্বৰৰ জি আৰ গোচৰ নং. ৩১/২০২৩ ত এজাহাৰ ৰুজু কৰাইছিল যদিও কিন্তু আজিলৈকে অপৰাধী গ্ৰেপ্তাৰ হোৱা নাই।

এই কাণ্ডই পৰিয়ালটোক ইমানেই আঘাত কৰিছে যে ভুক্তভোগী আৰু তেওঁৰ ভাতৃ দুয়োজনেই ন্যায়িক ব্যৱস্থাৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছে আৰু এতিয়া পিতৃ-মাতৃ দুয়োৰে মৃত্যুৰ পিছত তীব্ৰ দৰিদ্ৰতাত সন্মুখীন হ’বলগীয়া হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd