• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Ambubachi Mela: অম্বুবাচী মেলাত যান-বাহন চলাচলৰ নতুন পথ নিৰ্দেশনা; চাওক প্ৰবৃত্তি-নিবৃত্তিৰ সময়

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
June 21, 2022 5:54 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ambubachi Mela ২২ জুনৰ পৰা ২৬ জুনলৈ নীলাচল পাহাৰৰ মা কামাখ্যা ধামত অম্বুবাচী মেলা আৰম্ভ হ’ব। এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি হ’ব ২২জনুৰ নিশা ৮বাজি ১৮ মিনিটত। প্ৰবৃত্তিৰ লগে লগে মন্দিৰৰ দুৱাৰ দৰ্শনাৰ্থীৰ বাবে বন্ধ হৈ পৰিব। সেইদৰে অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনৰ পুৱা ৮বাজি ৪৫ মিনিটত। ইয়াৰ লগে লগে মন্দিৰৰ দুৱাৰো দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব।

অম্বুবাচী মেলা উপলক্ষে যান-বাহন চলাচলৰ নতুন পথ নিৰ্দেশনা দাঙি ধৰা হৈছে। গুৱাহাটী ট্ৰেফিক আৰক্ষীয়ে যান-বাহনৰ চলাচল সুচাৰুৰূপে নিশ্চিত কৰাৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু সাল-সলনি আৰু নিষেধাজ্ঞা আৰোপ কৰিছে৷

Apply Now

যান-বাহনৰ আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি এই নতুন নিয়ম ২২ জুনৰ পৰা ২৬ জুনলৈ বাহাল থাকিব৷

নিয়মসমূহ ক্ৰমে:-

১)ফেৰী গাড়ী, অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পৰ্কিত বাহন, আৰু কামাখ্যা মন্দিৰৰ কেইখনমান বাহন আৰু জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত আৱাসীসকলৰ বাহিৰে, ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা মন্দিৰৰ ফালে আৰু কামাখ্যা মন্দিৰ অভিমুখে কোনো বাহন প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব৷

২) আন্তঃজিলা আৰু দীঘলীয়া দূৰত্বৰ বাছৰ অনুমতি নাই৷

৩)সামগ্ৰী পৰিবহন কৰা গধুৰ, মজলীয়া আৰু সৰু বাণিজ্যিক বাহনবোৰ ডিজি ৰোড বা এমজি ৰোডত চলাবলৈ অনুমতি দিয়া নহ’ব৷

৪)ভৰলুমুখৰ ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গেটৰ ওচৰত নমাই থৈ জালুকবাৰী অভিমুখে আগবাঢ়িব আৰু বৰিপাৰা ফিল্ডত পাৰ্ক কৰিব পাৰিব৷

৫)মালিগাঁওৰ ফালৰ পৰা কামাখ্যা গেট অভিমুখে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গেটৰ ওচৰত নমাই দিব আৰু ভৰালুমুখ অভিমুখে যাব লাগিব৷

৬)পাণ্ডু মন্দিৰ ঘাটৰ পৰা নতুনকৈ নিৰ্মাণ কৰা পথটো ব্যৱহাৰ কৰিবলৈ বাহনসমূহক অনুমতি দিয়া নহয়৷

আগন্তুক অম্বুবাচী মহোৎসৱৰ সময়ত লব লগা ব্যৱস্থাবলী সমূহ হৈছে:-

ক) এইবেলি নীলাচল পাহাৰৰ আশে-পাশে তীর্থযাত্ৰীৰ থকা-খোৱাৰ ব্যৱস্থা নাথাকিব।

খ) কামাখ্যাৰ নামনিৰ পৰা অহা পদ-পথ সমূহৰ লগতে মটৰ পথছোৱাত মাজে মাজে খোৱাপানী, জিৰণিচ’ৰা, জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা থাকিব।

গ) এইবেলি অম্বুবাচীৰ সময়ত যাত্ৰী সকলে মন্দিৰ পৰিক্ৰমাৰ পাছত পশ্চিম দুৱাৰ হৈ গমন কৰাৰ ব্যৱস্থা থাকিব।

ঘ) আইন শৃঙ্খলা ও তীর্থ যাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ৰ নিজা ১২০ জন স্থায়ী সুৰক্ষা কৰ্ম্মী, ৪০০ জন স্কাউট-গাইড, ৪০০ জন স্বেচ্ছাসেৱক, ১০০ জন অস্থায়ী সুৰক্ষা কৰ্ম্মী নিয়োগ কৰা হ’ব। ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে ৩০০ চি.চি.টি.ভি. কেমেৰা স্থাপন কৰা হ’ব।

লগতে ভক্তসকলৰ বাবে পুৰণি জে’লৰ অস্থায়ী আৱাসত টিকটৰ ব্যৱস্থা কৰা হৈছে৷ ভক্তসকলৰ আধাৰ আৰু ভোটাৰ কাৰ্ড পৰীক্ষা কৰা হৈছে৷

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd