• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

অহা ১ ৰ পৰা ৩ জুলাইলৈ গুৱাহাটীলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, পথৰ আয়তন হ্ৰাস কৰি কংক্ৰিটত শিলৰ গুড়িৰে গছপুলি ৰোপণক লৈ কটনৰ শিক্ষাৰ্থী আৰু বিধায়ক অখিল গগৈৰ সমালোচনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 9:33 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ জাপানৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী ভ্ৰমণ কৰাৰ কথা থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে মহানগৰীত ব্যাপক সৌন্দৰ্যবৰ্ধনৰ প্ৰস্তুতি চলাইছে। পিছে এই সৌন্দৰ্যবৰ্ধনৰ নামত পকী পথ আৰু পদপথ ড্ৰিলিং মেচিনেৰে ফুটা কৰি কংক্ৰিটৰ মাজত গছপুলি ৰোপণ কৰা কাৰ্যই গুৱাহাটীত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে। পৰিৱেশৰ ভাৰসাম্যৰ প্ৰতি লক্ষ্য নাৰাখি মাটিৰ সলনি শিলৰ গুড়ি ব্যৱহাৰ কৰি এনেদৰে ৰাজপথত গছপুলি ৰোৱা ব্যৱস্থাক সচেতন মহলৰ লগতে শিক্ষাৰ্থী আৰু ৰাজনৈতিক নেতাই ৰাজহুৱা ধনৰ অপব্যয় আৰু অবিবেচক কাণ্ড বুলি অভিহিত কৰিছে।

লোকনিৰ্মাণ বিভাগৰ উদ্যোগত মহানগৰীৰ জিএছ ৰোড, জু ৰোড, ফাঁচীবজাৰ আৰু মাছখোৱাকে ধৰি বিভিন্ন প্ৰধান পথত এই কাম চলি আছে। পথৰ দুয়োকাষৰ পদপথৰ গ্ৰীলসমূহত ৰং লগোৱাৰ লগতে ৰাজপথসমূহ নতুনকৈ কাৰ্পেটিং কৰা হৈছে। কিন্তু ইয়াৰ সমান্তৰালকৈ মূল পথ আৰু পদপথৰ দুই-তিনি ফুট অংশ আৱৰি কংক্ৰিটৰ দেৱাল নিৰ্মাণ কৰি গছপুলি ৰোৱাৰ ফলত অত্যাধিক যান-বাহন চলাচল কৰা পথসমূহ ক্ৰমান্বয়ে ঠেক হৈ পৰিছে। বিভাগীয় তথ্য অনুসৰি গুৱাহাটীৰ চাৰিটা সংমণ্ডলত অসমৰ লগতে কলকাতাৰ পৰা অনা গছপুলি ৰোপণ কৰা হৈছে যদিও প্ৰকৃত মাটিৰ পৰিৱৰ্তে গছৰ গুৰিত শিলৰ গুড়ি ব্যৱহাৰ কৰা কাৰ্যই সকলোকে আশ্চৰ্য্যান্বিত কৰিছে।

Apply Now

এই সমগ্ৰ বিষয়টোৱে ৰাজনৈতিক প্ৰেক্ষাপটতো চৰ্চা লাভ কৰিছে। সৌন্দৰ্যবৰ্ধনৰ নামত ৰাজপথৰ পকা ভাঙি গছ ৰোপণ কৰাৰ লগতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ দেৱাল চিত্ৰ মচি পেলোৱা কাৰ্যৰ সৰৱ সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। তেওঁ চৰকাৰৰ এই কাৰ্যপন্থাটোক এক আজব কাণ্ড বুলি অভিহিত কৰি চৰকাৰৰ আন্তৰিকতা আৰু ৰূপায়ণ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰে।

জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক কেন্দ্ৰ কৰি লোকনিৰ্মাণ বিভাগে বৰ্তমান যুদ্ধকালীন তৎপৰতাৰে গুৱাহাটীৰ পথসমূহৰ সৌন্দৰ্যবৰ্ধনৰ কাম অব্যাহত ৰাখিছে। অৱশ্যে, প্ৰাকৃতিক ভাৰসাম্য আৰু বহনক্ষম উন্নয়নৰ পৰিৱৰ্তে কংক্ৰিটৰ মাজত গছপুলি ৰোপণ কৰি সেউজীয়া পৰিৱেশৰ যি কৃত্ৰিম ছবি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে, সেয়া পৰৱৰ্তী সময়ত কিমান দূৰ সফল বা দীৰ্ঘম্যাদী হয়, সেয়া লক্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd