• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

IDOL-ৰ দুৰ্নীতিৰ তদন্ত ৰাজহুৱাৰ কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে বিশ্ববিদ্যালয়, আইন মহাবিদ্যালয় আছু গোটৰ স্মাৰক পত্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 5, 2020 12:10 pm

2 min read

Assam: Gauhati University to collect all fees online

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ তোৰণ।

1.8k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান (IDOL)ৰ দুৰ্নীতি আৰু ব্যাপক অৰাজকতাৰ তদন্ত ৰাজহুৱা কৰাৰ দাবীৰ লগতে বিশ্ববিদ্যালয়খনৰ বিভিন্ন মৌলিক সমস্যা সমাধানৰ দাবীৰে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে বিশ্বিবিদ্যালয়ৰ উপাচাৰ্য্যৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে।

গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা উপাচাৰ্য্যৰ হাতত অৰ্পন কৰা স্মাৰক পত্ৰখনত মুঠ আঠটা সমস্যা সমাধানৰ বাবে দাবী উত্থাপন কৰা হৈছে।

স্মাৰক পত্ৰত উল্লেখ কৰা দাবীসমূহ এনেধৰণৰ-

১) গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠাৰ দুৰ্নীতি আৰু ব্যাপক অৰাজকতাৰ তদন্ত কৰিবলৈ উপাচাৰ্য্যই বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ দ্বাৰা গঠিত সাত জনীয়া তদন্ত প্ৰতিবেদন ৰাজহুৱা নকৰাটো দুৰ্ভাগ্যজনক। ছাত্ৰ সন্থাই তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী জনায়।

২) গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ বন্ধ কৰি দিয়া ফুড চায়েঞ্চ, এম বি এ ইকোনোমিকছ আৰু এম টেক বায়োটেকন’লোজি বিষয়ৰ পাঠ্যক্ৰম পুনৰ প্ৰৱৰ্তনৰ দাবী।

৩) ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বিশ্ববিদ্যালয়ৰ কেণ্টিনসমূহৰ উন্নত মানদণ্ডৰ খাদ্যৰ সামগ্ৰী ৰেহাই মূল্যত যোগান ধৰাৰ লগতে ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহত ৰাজসাহায্যযুক্ত ৰন্ধনগেছ আৰু খাদ্য সামগ্ৰী যোগান ধৰাৰ দাবী।

৪) বিশ্ববিদ্যালয়ৰ সৌন্দৰ্য্যবৰ্ধনৰ প্ৰতি লক্ষ্য ৰাখি জলাশয় আৰু উদ্যানসমূহৰ সৌন্দৰ্য্যবৰ্ধন আৰু ৰাজহুৱা স্থানত বায়ো টয়লেট নিৰ্মান কৰাৰ দাবী।

৫) বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শীঘ্ৰেই ক্ল’জ কেম্পাছ, নিশা গ্ৰন্থাগাৰ খোলা ৰখা, খেলুৱৈ সকলৰ বাবে স্থায়ী প্ৰশিক্ষক নিযু্ক্তিৰ দাবী।

৬) মহাবিদ্যালয় আইন মহাবিদ্যালয়ত স্থায়ী শিক্ষক নিযুক্তি, আন্তঃগাঠনিৰ উন্নয়ন, গ্ৰন্থাগাৰিক নিযুক্তিৰ দাবী।

ইয়াৰ উপৰিও স্মাৰক পত্ৰৰ যোগেৰে আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক উচ্চতম ন্যায়ালয়, সংসদ ভৱন দৰ্শন কাৰ্য্যসূচীৰ পুনৰ প্ৰৱৰ্তন, প্ৰশাসনীয় পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন আদি দাবীসমূহো উত্থাপন কৰা হয়।

Recent News

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

Rhino-horn-1140x570

ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ গঁড়ৰ খৰ্গ; চাৰিজনক গ্ৰেপ্তাৰ

IMG-20210122-WA0032

একেৰাহে চতুৰ্থবাৰলৈ আছুৰ দখলত টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd