DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিয়মিত মাছ খালে দূৰ হয় হাৰ্টৰ সমস্যা! কি কয় সমীক্ষাই?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2021 12:45 pm
Hilsa Fish Curry

প্ৰতিনিধিত্বমূলক ফটো।

375
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া এক সমীক্ষাত কোৱা হৈছে যে নিয়মিত মাছ খালে হাৰ্টৰ সমস্যা দূৰ হয়। সমীক্ষা অনুসৰি সপ্তাহত কমেও দুদিন তেলযুক্ত মাছ খালে হাৰ্টৰ সমস্যা থকা লোকসকল উপকৃত হ’ব।

হাৰ্টৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত তেলযুক্ত মাছৰ কোনো বিকল্প নাই আৰু যিসকলে হাৰ্টৰ অসুখত ভূগিছে তেওঁলোকৰ বাবে এইটো আৰু প্ৰয়োজন।

নতুন এক গৱেষণাত ইংগিত পোৱা গৈছে যে মাছত থকা ওমেগা-৩ ফ্যাটি এচিডে দৰাচলতে হাৰ্ট এটেক তথা ষ্ট্ৰোকৰ দৰে বিপদজনক সমস্যা প্ৰতিৰোধ কৰিব পাৰে।

যিসকলে প্ৰতি সপ্তাহত এমেগা-৩ ফ্যাটি এচিডসমৃদ্ধ তেলযুক্ত মাছ খায় তেওঁলোকৰ হাৰ্টৰ সমস্যা বহু পৰিমান কম হয় বুলি গৱেষণাত দাবী কৰা হৈছে।

ম্যাকষ্টাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক এণ্ড্ৰু ম্যেন্তে এই সন্দৰ্ভত কয় যে হাৰ্টৰ অসুখত আক্ৰান্তসকলে মাছ খোৱাৰ অভ্যাস কৰিলে বহুপৰিমানে সুৰক্ষিত থাকিব।

দৰাচলতে ওমেগা-৩ফ্যাটি এচিডে শৰীৰৰ ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা হ্ৰাস কৰে। হাৰ্টত তেজ গোট মাৰিলে সমস্যাই দেখা দিব পাৰে। শৰীৰত ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা হ্ৰাস পালে তেজৰ গোট মৰাৰ সম্ভাৱনাও হ্ৰাস পাব।

Recent News

Cop suicide After Firing Colleague

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

TU Recruitment 2022

Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd