• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছৰ নাম লৈ ইণ্টাৰনেট হেকাৰৰ লক্ষ্য আপোনাৰ বেংক একাউণ্টত; এনেবোৰ লিংকত ক্লিংক নকৰিব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2020 5:36 pm

1 min read

Coronavirus
437
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ ফলত ৭০০ গৰাকীৰো অধিক লোকৰ মৃত্যু হৈছে। সহস্ৰাধিক লোক এই ভাইৰাছৰ বিধৰ সংক্ৰমণৰ কবলত পৰিছে।

চীনৰ উপৰিও এতিয়া মালেছিয়া, ফিলিপাইনছ আৰু আমেৰিকালৈ এই ভাইৰাছবিধৰ সংক্ৰমণ ঘটিছে।

ভাৰতকো এই ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত সংক্ৰমণশীল দেশৰ তালিকাত ৰখা হৈছে।

জনসাধাৰণে ক’ৰ’না ভাইৰাছৰ লক্ষ্যণ, প্ৰতিকাৰ সম্বন্ধে ইণ্টাৰনেটত অধিক তথ্যৰ সন্ধান কৰিছে।

মানুহে ইণ্টাৰনেটত ক’ৰ’না ভাইৰাছ সম্পৰ্কত অধিক তথ্যৰ সন্ধান কৰাৰ পাছত ইণ্টাৰনেট হেকাৰ সকলে এই সকল লোকক লক্ষ্য কৰি লৈছে।

শেহতীয়া তথ্য মতে, হেকাৰ সকলে ক’ৰ’না ভাইৰাছৰ চিকিৎসা আৰু বিভিন্ন খবৰৰ বাবে বিভিন্ন ধৰণৰ ইণ্টাৰনেটৰ লিংক মানুহলৈ পঠাবলৈ আৰম্ভ কৰিছে।

হেকাৰ সকলে ক’ৰ’না ভাইৰাছৰ নাম লৈ ইণ্টাৰনেট ব্যৱহাৰকাৰীক য়ু পি আই ট্ৰেঞ্চফাৰৰ লিংক পঠাই দিয়ে য’ত পিন কোড অন্তৰ্ভূক্তিৰ এটা অপশ্যন থাকে।

আপুনি যদি ভুলতে সেই লিংকত গৈ নিজৰ পিন নম্বৰ অন্তৰ্ভুক্ত কৰে তেনেহ’লে আপুনি নিজৰ উপাৰ্জিত ধন বেংকৰ একাউণ্টৰ পৰা হেৰুৱাবলগীয়া হ’ব পাৰে।

যদিহে আপুনি ক’ৰ’না ভাইৰাছৰ নামত অহা যিকোনো ধৰণৰ লিংক লাভ কৰে তেন্তে ইয়াক মুকলি কৰাৰ পূৰ্বে সাৱধান থাকক। ইয়াৰ পাছতো যদি এনেধৰণৰ কাৰ্য্য অব্যাহত থাকে অতি শীঘ্ৰে আৰক্ষীক খবৰ কৰক।

আনহাতে, যদিহে আপোনাৰ একাউণ্টৰ পৰা এনেধৰণে টকা সৰকাই নিজে বেংকত খবৰ কৰক।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd