• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাফলংৰ কেঞ্চাৰত আক্ৰান্ত ৰোগী গৰাকীৰ কোভিড টেষ্টৰ ৰিপ’ৰ্ট নিগেটিভ

পঙ্কজকুমাৰ দেৱ by পঙ্কজকুমাৰ দেৱ
May 21, 2020 11:44 am
COVID-19 positive cases reach 210 in Assam

প্ৰতিনিধিত্বমূলক ছবি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাফলং কোভিড  কেয়াৰ চেন্টাৰৰ কেঞ্চাৰ আক্ৰান্তৰ স্বা’ৱ চেম্পল পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ অহাৰ খবৰত স্বস্তিৰ বাৰ্তা কঢ়িয়াই আনিছে চিকিৎসা কৰ্মীৰ উপৰি জিলাখনৰ সাধাৰণ ৰাইজৰ মাজত।

বুধবাৰে নিশা প্ৰায় ৯ মান বজাত শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ পৰা মেইল অহাৰ পাছত কৰ্তৃপক্ষ এই বিষয়ে নিশ্চিত হয়।

Apply Now

জিলা তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংলুয়ে চৰকাৰী ভাৱে এই কথা ঘোষণা কৰে।

উল্লেখ্য যে ৰাজ্য জুৰি ক’ৰ’না আক্ৰান্তৰ সংখ্যা অতিকৈ বৃদ্ধি পোৱাত পাৰ্বত্য জিলাৰ সাধাৰণ ৰাইজো শংকতি হোৱা পৰিলক্ষিত হৈছে।

বিশেষকৈ প্ৰতিবেশী জিলা কাছাৰ, হোজাইকে ধৰি শেহতীয়াকৈ পাৰ্বত্য জিলা কাৰ্বি আংলংৰ এগৰাকী ব্যক্তিৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰাত  স্বাস্থ্য কৰ্মী সকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছিল।

কিছু দিন আগত হাফলংৰ কাশীপুৰ গাঁৱৰ কেঞ্চাৰ আক্ৰান্ত  এগৰাকী ব্যক্তি গুৱাহাটীৰ নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পাতালত চিকিৎসা সামৰি হাফলং উভতি অহাৰ পাছত ব্যক্তি গৰাকীক কোৱাৰেন্টাইন কৰা হৈছিল।

চেন্টাৰত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। অৰ্থাৎ উচ্চ তাপমাত্ৰাত জ্বৰ হোৱাৰ উপৰি বমি আৰু ডায়েৰিয়া হয়।

লগে লগে হাফলং কোভিড কেয়াৰ চেন্টাৰলৈ ৰোগী গৰাকীক স্থানান্তৰ কৰি আইচ’লেছনত ৰখা হয়।

লোকজনৰ স্বা’ৱ চেম্পল পৰীক্ষাৰ বাবে শিলচৰত পঠিওৱা হয়। এই খবৰ বিয়পি পৰাৰ পাছত ৰাইজৰ মাজত হোৱা ধোৱা লাগে।

অবশ্যে যোৱা কালি ৰিপ’ৰ্ট নিগেটিভ অহাত আতঙ্কৰ অন্ত পৰে।

ইফালে হাফলংৰ বিভিন্ন ঠাইত বহিঃৰাজ্য ক্ৰমে নতুন দিল্লী, নিউ জলপাইগুৰি, চেন্নাই আৰু কাটিহাৰৰ পৰা অহা প্ৰায় ষাঠিৰ অধিক ব্যক্তিক ইনষ্টিটিউশ্যনাল কোৱাৰেন্টাইন কৰা হৈছে।

ইতিমধ্যে ৩১ গৰাকী ব্যক্তিৰ স্বা’ৱ চেম্পল পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে।

Tags: COVID19
পঙ্কজকুমাৰ দেৱ

পঙ্কজকুমাৰ দেৱ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

ঋণৰ টকা নিদিয়াৰ ভয়ংকৰ পৰিণতি! যুৱতীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে ঋণদাতাই

September 5, 2026 10:51 am
বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

বাতিল কৰিব লাগিব মুক্ত বাণিজ্য চুক্তি! মোডী চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা সংযুক্ত কৃষক মৰ্চাৰ

September 5, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am
ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

ভাৰতত ২৮০টা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ‘অদম্য যুৱক’ নাগৰমাল বাজোৰিয়াৰ দেহাৱসান

September 5, 2026 11:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd