• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

চুলি সৰাৰ চিন্তাই ভাৰাক্ৰান্ত কৰিছে নেকি! আঁতৰি থাকক এনে খাদ্যৰ পৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2024 6:30 pm
Haircare Tips
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ শৰীৰটোক লৈ সচেতন সকলো লোকৰে নিজৰ চুলিকোচাক লৈ যথেষ্ট চিন্তা থাকে। চুলিকোচা নসৰাকৈ ৰাখিবলৈ লয় বহু যত্ন। কিন্তু তাৰ মাজতে উলাই কৰা হয় আন কিছুমান দিশ।

আপুনি জানি থোৱা ভাল যে আপুনি গ্ৰহণ কৰা কিছুমান খাদ্যও আপোনাৰ চুলিকোচাৰ বাবে ক্ষটিকাৰক হ’ব পাৰে। কিছুমান খাদ্যই চুলি সৰাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

Apply Now

এই খাদ্যসমূহে হৰম’নৰ ভাৰসাম্যত প্ৰভাৱ পেলাব পাৰে, ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু চুলি সৰাৰ কাৰণ হ’ব পাৰে। চুলি সৰাৰ কাৰণ হ’ব পৰা এনে কিছু খাদ্যৰ বিষয়ে জানো আহক:

১/ চেনি

অত্যধিক পৰিমাণৰ চেনি সেৱন কৰিলে শৰীৰত প্ৰদাহ হ’ব পাৰে, যাৰ ফলত চুলিৰ বৃদ্ধিত ব্যাঘাত জন্মিব পাৰে।

২/ ফাষ্ট ফুড
প্ৰায়ে অধিক পৰিমাণে অস্বাস্থ্যকৰ চৰ্বি, চেনিযুক্ত, অপুষ্টিকৰ উপাদানযুক্ত ফাষ্ট ফুডে চুলি সৰাত অৰিহণা যোগাব পাৰে।

৩/ ছ’ডা আৰু চেনিযুক্ত পানীয়

এই পানীয়সমূহত ছ’ডা আৰু চেনিৰ পৰিমাণ অত্যধিক হোৱাৰ বাবে প্ৰদাহ আৰু পুষ্টিৰ অভাৱ হ’ব পাৰে, যাৰ ফলত চুলিৰ গুৰিবোৰত প্ৰভাৱ পৰে।

৪/ কৃত্ৰিম মিঠা দ্ৰব্য

কৃত্ৰিম মিঠাইৰ নিয়মিত ব্যৱহাৰে শৰীৰৰ বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত চুলি সৰাৰ সম্ভাৱনা আছে।

৫/ মদ
অত্যধিক মদ্যপানে পুষ্টিকৰ উপাদানৰ অভাৱ ঘটাব পাৰে, হৰম’ন বিঘিনি ঘটাব পাৰে, সুস্থ চুলিৰ বাবে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ শোষণত বাধাৰ সৃষ্টি কৰিব পাৰে।

৬/ অত্যধিক কেফেইন

যদিও মধ্যমীয়া কেফেইন সেৱন সাধাৰণতে নিৰাপদ, অত্যধিক কেফেইন সেৱনৰ ফলত চুলিৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd