• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আবু ধাবিত এছিয়া কাপ ফুটবলত ভাৰতীয় দলৰ হৈ খেলিবলৈ সাজু অসমৰ হলিচৰণ, বিনীত

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2018 10:57 am
Halicharan and Vineet
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিনৰে পৰা ভাৰতীয় জাতীয় ফুটবল দলৰ প্ৰায়বোৰ আন্তঃৰাষ্ট্ৰীয় মেচতে অংশগ্ৰহণ কৰি অহা অসমৰ হলিচৰণ নাৰ্জাৰীয়ে পুনৰবাৰ অসমৰ ফুটবল প্ৰেমীলৈ কঢ়িয়াই আনিছে সুখবৰ। হলিচৰণে এইবাৰ কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰীতি ফুটবল মেচত নহয় তেওঁ এইবাৰ খেলিব সন্মানীয় তথা এছিয়াৰ শক্তিশালী ফুটবল দেশেৰে সমাদৃত সৰ্ববৃহৎ প্ৰতিযোগিতা এছিয়া কাপত।

৫ জানুৱাৰিৰ পৰা আবু ধাবিত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক এ এফ চি এছিয়া কাপৰ ২৮ জনীয়া ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে হলিচৰণ নাৰ্জাৰী। হলিচৰণৰ উপৰি প্ৰতিযোগিতাখনত অসমৰ আন এগৰাকী খেলুৱৈ বিনীত ৰায়ো নিৰ্বাচিত হৈছে। স্বাভাৱিকতে এই খবৰে উৎফুল্লিত কৰিছে অসমৰ ফুটবল প্ৰেমীক।

Apply Now

উল্লেখযোগ্য যে প্ৰতিভাৱান মিডফিল্ডাৰ হলিচৰণে ভাৰতৰ হৈ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ উমান দি থৈছে। শেহতীয়াকৈ জৰ্ডান আৰু চীনৰ বিপক্ষে খেলা মেচতো হলিচৰণে নিজস্ব শৈলীৰে খেলপথাৰত বিপক্ষক শলঠেকত পেলোৱা পৰিলক্ষিত হৈছিল।

হলিচৰণে আন্তঃৰাষ্ট্ৰীয় মেচসমূহত দেখুৱাই অহা ধাৰাবাহিকতাৰ বাবেই তেওঁৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ষ্টিফেন কনষ্টেনটাইনে তেওঁৰ পুনৰ এবাৰ নিৰ্বাচিত কৰিছে।

উল্লেখ্য যে সুদীৰ্ঘ ৮ বছৰৰ মূৰত এছিয়াৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰা ভাৰতে এ গ্ৰুপত থাইলেণ্ডৰ বিৰুদ্ধে ছয় জানুৱাৰিত প্ৰথম মেচত অংশগ্ৰহণ কৰিব। তাৰ পিছত ১০ আৰু ১৪ জানুৱাৰিত খেলিব সংযুক্ত আৰব আৰু বাহৰেইনৰ বিৰুদ্ধে।

ইতিমধ্যে আই এছ এলত উজলি উঠা অসম সন্তান দুজনৰ এই ক্ৰীড়াৰ যাত্ৰা আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত হোৱাৰ কামনা কৰিছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীসকলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd