• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাফ্ৰেডৰ উদ্যোগত তামুলপুৰত বিশেষ হস্ত-তাঁত বস্ত্ৰ মেলা-২০২১ আৰম্ভ

'' ছাঁতে শুকোৱা হাততে লুকুৱা " কাপোৰ বৈ অসমীয়া নাৰীয়ে গৌৰৱ অটুত ৰাখিছে- প্ৰফুল্ল চন্দ্ৰ মহন্ত

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 19, 2021 11:39 am
IMG-20210219-WA0008
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাঙ্গনত  বাফ্ৰেডৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ষোল দিনীয়া  বিশেষ হস্ত-তাঁত বস্ত্ৰ মেলা-২০২১ ।  বৃহস্পতিবাৰে আবেলি চাৰে তিনি বজাত বন্তি প্ৰজ্বলন কৰি হস্ত-তাত বস্ত্ৰ মেলাৰ শুভ উদ্বোধন  কৰে তামুলপুৰৰ সমাজকৰ্মী প্ৰফুল্ল চন্দ্ৰ মহন্তই ।

উদ্বোধনী ভাষণত মহন্তই কয় –  “ছাঁতে শুকোৱা হাততে লুকুৱা  ” কাপোৰ বৈ অসমীয়া নাৰীয়ে গৌৰৱ অটুত ৰাখিছে । ৰাতিৰ ভিতৰতে কাপোৰ বৈ  অসমীয়া নাৰীয়ে  অসমীয়া ডেকাৰ বাবে ৰক্ষা কৱচ নিৰ্মাণ কৰি যুঁজলৈ পঠিয়াইছিল । বক্তব্য প্ৰসঙ্গত  মহন্তই কয় – বিভিন্ন সভা ,সমিতিত লাখ লাখ গামোচা বিক্ৰি হয় আৰু এইবিলাক কিন্তু বাহিৰৰ পৰা আমদানি কৰি অনা বস্ত্ৰ ।

Apply Now

অনুষ্ঠানত বাফ্ৰেডৰ পৰিচালন সঞ্চালক ৰঞ্জিত ডেকাই অংশ গ্ৰহণকৰি কয় কয় – ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ  সহযোগত  বাফ্ৰেডৰ উদ্যোগত বিটিচি অঞ্চলৰ শিপিনী সকলক আদৰ্শ শিপিনী হিচাবে মৰ্যদা প্ৰদান কৰাৰ বাবে  এনে  ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

শিপিনীসকল  যাতে কাপোৰ ব’ই বজাৰত বিক্ৰি কৰি স্বাৱলম্বী হব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে । আজিৰ বজাৰৰ  চাহিদা অনুসৰি বস্ত্ৰ নিৰ্মান কৰাৰ  বাবেও তেওঁ শিপিনী সকলক আহ্বান  জনায়। মেচিনত বনোৱা দখনা, মেখেলা-চাদৰ আদি বৰ্জন কৰি থলুৱাভাৱে নিৰ্মান কৰা বস্ত্ৰ ব্যৱহাৰ কৰাৰ বাবেও তেওঁ আহ্বান জনায়।

স্থানীয়ভাৱে শিপিনী সকলে বনোৱা কাপোৰকহে গুৰুত্ব প্ৰদান কৰা হৈছে বাফ্ৰেডৰ দ্বাৰা। স্থানীয় ভাৱে উৎপাদিত সামগ্ৰীত লেবেল লগোৱাৰ আহ্বান জনাই সঞ্চালক গৰাকীয়ে কয় – লেবেল লগালে গ্ৰাহকৰ মনত বিশ্বাস জন্মে।

থলুৱা ভাৱে  উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে গুৱাহাটীত বজাৰ খোলা হৈছে বুলি সদৰী কৰি তেওঁ এনে বজাৰৰ জৰিয়তে শিপিনী সকলক সুবিধা লোৱাৰ বাবে আহ্বান জনায়। বিহু অনুষ্ঠানত কেতিয়াও বাহিৰৰ পৰা আমদানি কৰা গামোচা যাতে ব্যৱহাৰ কৰা নহয় তাৰ বাবেও সচেতন হোৱাৰ লগতে গাওৰ বোৱাৰী বিলাকেও ঘৰত বোৱা মেখেলা-চাদৰ পিন্ধিহে বিয়া সবাহত অংশ গ্ৰহণ কৰে তাৰো আহ্বান জনায়।

তেওঁ কয়- কাপোৰ ব’ই জীৱন নিৰ্বাহ কৰা বহু পৰিয়াল আছে আমাৰ অসমত। বোৱনী সকলে যাতে উপযুক্ত মুল্য পায় তাৰ বাবেঈ এনে বস্ত্ৰমেলা অনুষ্ঠিত কৰা হৈছে বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।  অনুষ্ঠানত অংশ গ্ৰহণ কৰি  তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি  নৱকুমাৰ মজুমদাৰে বস্ত্ৰ উৎপাদনৰ কলা কৌশল প্ৰয়োগ কৰি উন্নত বস্ত্ৰ উৎপাদন কৰি বজাৰ দখল কৰি স্বাৱলম্বী হবলৈ শিপিনীসকলক আহ্বান জনায় ।

বৃন্দাৱনী বস্ত্ৰৰ উৎপাদনৰ কথা উল্লেখ কৰি অসমীয়া নাৰীৰ শিল্পী প্ৰতিভা  এক অনন্য প্ৰতিভা বুলি মজুমদাৰে ব্যক্ত কৰে । অনুষ্ঠানত অংশ গ্ৰহণ কৰি  তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি গিৰীশ মহন্তই কয় – হস্ত নিৰ্মিত বস্ত্ৰ বজাৰত ক্ৰয় কৰিলে আমাৰ থলুৱা শিল্পীসকল উপকৃত হব ।

অনুষ্ঠানত শিল্পী  নৰহৰি মহন্তয়ো বক্তব্য প্ৰদান কৰে।  তামুলপুৰৰ যুৱ সমাজকৰ্মী তথা শিল্পী শ্যামল দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ স্থায়ী সমিতিৰ সভাপতি নৱকুমাৰ মজুমদাৰ , হৰি মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক গিৰিশ মহন্ত , অৱসৰপ্ৰাপ্ত শিক্ষক নৰহৰি মহন্ত,  বিপুল মহন্তৰ উপৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল  উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd