• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিডনী টেষ্টৰ নায়ক হনুমা বিহাৰী চতুৰ্থ টেষ্টৰ পৰা বাহিৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2021 7:34 pm
802
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ সমস্যাই বাৰুকৈয়ে শলঠেকত পেলাইছে অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলক। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে ছিডনী টেষ্ট ড্ৰ কৰাৰ নায়ক হনুমা বিহাৰীয়ে ব্ৰিছবেনত হ’বলগীয়া অন্তিমখন টেষ্টত অংশ ল’ব নোৱাৰে।

মেচৰ অন্তত বিহাৰীক স্কেনিঙৰ বাবে লৈ যোৱা হৈছিল আৰু মঙলবাৰৰ সন্ধিয়াহে ৰিপ’ৰ্ট অহাৰ সম্ভাৱনা আছে।

কিন্তু পি টি আইয়ে বিচিআইৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি অনুসৰি ১৫ জানুৱাৰিৰ পৰা ব্ৰীছবেনত আৰম্ভ হ’বলগীয়া শৃংখলাৰ চতুৰ্থখন মেচৰ পূৰ্বে সুস্থ হৈ নুঠিব বিহাৰী।

অন্ধ্ৰৰ এইগৰাকী ক্ৰিকেটাৰে আজি ছিডনী টেষ্টৰ অন্তিম দিনা ১৬১টা বলত খেলা ২৩ ৰানৰ ইনিংছৰ সহায়তে ভাৰতে মেচখন ড্ৰ কৰিবলৈ সক্ষম হৈছিল।

এই ক্ষেত্ৰত হনুমা বিহাৰীক লগ দিছিল আৰ আশ্বিনে। আশ্বিনে ১২৮টা বলত ৩৯ ৰানৰ ইনিংছ খেলিছিল।

সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি হনুমা বিহাৰীক সুস্থ হৈ উঠিবলৈ অতি কমেও চাৰি সপ্তাহৰ প্ৰয়োজন হ’ব।

মঙলবাৰৰ ৰিপ’ৰ্টত যদিহে তেওঁৰ আঘাত গুৰুতৰ বুলি প্ৰমাণিত হয় তেন্তে কেৱল ব্ৰীছবেনে নহয় ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ঘৰুৱা শৃংখলাৰ পৰাও বাহিৰ হ’ব পাৰে।

বিহাৰীৰ স্থানত এতিয়া অন্তিমখন টেষ্টত ঋদ্ধিমান সাহা বা মধ্যক্ৰমত মায়ংক আগৰৱালক দলত অন্তৰ্ভুক্ত কৰিব পাৰে।

ইফালে আঘাতৰ বাবে জাদেজাও অন্তিমখন টেষ্টৰ পৰা বাহিৰ হৈছে আৰু তেওঁৰ স্থানত চাৰ্দুল ঠাকুৰক অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা চাৰিখনীয়া টেষ্ট মেচৰ শৃংখলাৰ পৰা ইতিমধ্যে বেগী বলাৰ মহম্মদ ছামী, উমেশ যাদৱ, বেটছমেন কে এল ৰাহুল বাহিৰ হ’বলগীয়া হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd