DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শুভ জন্মদিন কেপ্তেইন কুল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 7, 2022 9:10 pm
MS Dhoni Birhday
2k
VIEWS
Share on FacebookShare on Twitter

‘মহেন্দ্ৰ সিং ধোনী’- ই কেৱল এক নাম নহয়, ই এক অনুষ্ঠান। ৰূপকথাৰ নায়কৰ দৰে দীঘল চুলিৰ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰি ক্ৰমশ: কিংবদন্তীত পৰিণত হোৱা এই তাৰকাগৰাকীয়ে ক্ৰিকেট বিশ্বত দখল কৰি আহিছে ধোনীয়ে। ক্ৰিকেট বিশ্বত কেপ্তেইন কুল হিচাপে খ্যাত ‘মাহী’ ওৰফে ‘থালা’ই আজি গৰকিলে জীৱনৰ ৪১ টা বসন্ত। ভাৰতীয় ক্ৰিকেটক শিখৰলৈ তুলি নিয়া ‘মাহী’ৰ জন্মদিনৰ শুভেচ্ছাৰে আজি ভৰি পৰিছে সামাজিক মাধ্যম।

জন্মদিনৰ এই দিনটোতে চাও আহক ধোনীৰ জীৱনৰ কেইটামান বিশেষ মুহূৰ্ত:

 

                    ৰূপকথাৰ নায়কৰ দৰে চেহেৰাৰে আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত আত্মপ্ৰকাশ কৰা ধোনী

 

                          প্ৰথম বাৰৰ বাবে অনুষ্ঠিত টি-২০ বিশ্বকাপ জয়ৰ সেই ঐতিহাসিক ক্ষণ

 

                             চেন্নাই চুপাৰ কিংছৰ হাতত তুলি দিয়া প্ৰথমটো আই পি এল ট্ৰফী

                           চেন্নাইৰ চুপাৰ কিংছৰ হৈ চেম্পিয়নচ্ লীগ টি-২০ খিতাপ জয়

 

                             আজিও ক্ৰিকেট অনুৰাগীয়ে হৃদয়ত কঢ়িয়াই ফুৰা সেই বিশেষ মুহূৰ্ত

 

                                         ২৮ বছৰৰ মূৰত ভাৰতীয় ক্ৰিকেটলৈ অহা সেই স্মৰণীয় ক্ষণ         

                    

                                      চেম্পিয়নচ্ ট্ৰফীৰ খিতাপ জয়েৰে অন্য এক ইতিহাস

 

                                               আই চি চি টেষ্ট চেম্পিয়নশ্বিপৰ সন্মান

 

                                কোনে পাহৰিব পাৰে ২০১৯ ৰ বিশ্বকাপৰ এই বেদনাদায়ক ক্ষণ

 

                                           পত্নী-কন্যাৰ সৈতে এক সুখকৰ মুহূৰ্তত

Recent News

কেনেকৈ বাংগালোৰত কাম দিয়াৰ নামত দালালে কাশ্মীৰত বিক্ৰী কৰিলে বিশ্বনাথৰ যুৱকক?

কেনেকৈ বাংগালোৰত কাম দিয়াৰ নামত দালালে কাশ্মীৰত বিক্ৰী কৰিলে বিশ্বনাথৰ যুৱকক?

communal clashes in Karnataka

প্ৰেমক কেন্দ্ৰ কৰি কৰ্ণাটকত সাম্প্ৰদায়িক সংঘৰ্ষ: দুগৰাকী ব্যক্তিৰ মৃত্যু

Assamese GK 2022: ভাৰতৰ স্বাধীনতা দিৱস সম্পৰ্কীয় কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ

Assamese GK 2022: ভাৰতৰ স্বাধীনতা দিৱস সম্পৰ্কীয় কেইটামান বহু বিকল্পী প্ৰশ্নোত্তৰ

অসমৰ দুবছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ বংগৰ গৰ্গ চেটাৰ্জীক; চৰ্তসাপেক্ষে জামিন দিলে আদালতে

অসমৰ দুবছৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ বংগৰ গৰ্গ চেটাৰ্জীক; চৰ্তসাপেক্ষে জামিন দিলে আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd