• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আৰক্ষী বিষয়াৰ নিৰ্যাতনৰ আতিশয্যত আত্মহত্যা BBA শিক্ষাৰ্থীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2022 9:05 pm
Suicide due to harassment by police officer
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন আৰক্ষী উপ-পৰিদৰ্শকৰ দ্বাৰা নিৰ্যাতনত অতিষ্ঠ হৈ আত্মহত্যা কৰিছে এগৰাকী BBA ছাত্ৰই। ইন্দোৰৰ এৰোড্ৰম আৰক্ষী থানাৰ অধীনস্থ এলেকাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

ইন্দোৰৰ বিজয়শ্ৰী নগৰৰ বাসিন্দা আকাশ বাদিয়া নামৰ ভুক্তভোগী ছাত্ৰগৰাকী মহাৰাণা ৰঞ্জিত সিং মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল৷ পৰিয়ালটোৱে আজি পুৱা যুৱকজনৰ মৃতদেহ নিজ গৃহত ওলমি থকা অৱস্থাত পায়৷

Apply Now

পৰিয়ালৰ মতে, আকাশে চন্দন নগৰ আৰক্ষী থানাত নিয়োজিত দুজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভাবুকি দিয়া আৰু হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁলোকে দাবী কৰিছে যে মৃত আকাশে নিজৰ মোবাইল ফোনত এটা টোকা এৰি গৈছে আৰু তেজাজী আৰক্ষী থানাত নিয়োজিত উপ-পৰিদৰ্শক বিকাশ শৰ্মাক তেওঁৰ মৃত্যুৰ বাবে দোষাৰোপ কৰিছে।

পৰিয়ালটোৱে লগতে দাবী কৰিছে যে তেওঁলোকৰ ওচৰত এটা ভিডিঅ’ আছে আৰু ভিডিঅ’টোত আৰক্ষী বিষয়াজনে আকাশক আক্ৰমণ কৰা স্পষ্ট ৰূপত দেখা যায়।

আকাশৰ জ্যেষ্ঠ ভাতৃ বিকাশ বাদিয়াই সংবাদ মাধ্যমৰ আগত কয়, “উপ-পৰিদৰ্শক বিকাশ শৰ্মাই ১০ ফেব্ৰুৱাৰীত আকাশক তেওঁৰ বান্ধৱীৰ সৈতে তেওঁলোকৰ ঘৰৰ বাহিৰত দেখিছিল আৰু তেওঁলোকক চন্দন নগৰ আৰক্ষী থানালৈ লৈ যায়।আৰক্ষী বিষয়া জনে মোৰ ভাতৃক ভাবুকি দিছিল আৰু আক্ৰমণ কৰিছিল।”

তেওঁ লগতে কয় যে আৰক্ষী বিষয়াজনে আকাশক বাৰে বাৰে ভয় খুৱাইছিল যে তেওঁ এনডিপিএছ আইনৰ ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ আৰোপ কৰিব। তদুপৰি আৰক্ষী বিভাগত নিযুক্ত আকাশৰ মাতৃকো নিলম্বন কৰাৰ ভাবুকি দিয়া বুলি অভিযোগ কৰিছে পৰিয়ালৰ সদস্য সকলে।

আনহাতে অভিযুক্ত উপ-পৰিদৰ্শক বিকাশ শৰ্মাই কয় যে তেওঁ আকাশৰ বান্ধৱী গৰাকীৰ সম্বন্ধীয় খুৰাক আৰু যুৱতীগৰাকীৰ সৈতে আকাশৰ সাক্ষাতত তেওঁ আপত্তি কৰিছিল।

ইফালে তদন্তকাৰী বিষয়া এল এম মীনাই কয় যে আৰক্ষীয়ে আকাশে আত্মহত্যাৰ দৰে চৰম পদক্ষেপ গ্ৰহণ কৰাৰ আঁৰৰ উদ্দেশ্য জানিবলৈ চেষ্টা কৰি আছে।

আৰক্ষীয়ে এতিয়ালৈকে কোনো চুইচাইড নোট উদ্ধাৰ কৰা নাই আৰু আকাশৰ মোবাইল ফোনটো তদন্তৰ বাবে জব্দ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে গোচৰটো সমাধানৰ বাবে তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd