• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মানুহৰ গাৰ ছালেৰে বন্ধোৱা কিতাপ! অৱশেষত বাইণ্ডিং আঁতৰাই পেলোৱাৰ সিদ্ধান্ত হার্ভাৰ্ডৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 30, 2024 9:26 am
ফটোঃ সংগ্ৰহীত ।

ফটোঃ সংগ্ৰহীত ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰ্ভাৰ্ডত এক আচৰিত কাণ্ড। মানুহৰ চামৰাৰে (গাৰ ছাল) বন্ধোৱা আছে কিতাপ। এতিয়া হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে ইয়াৰ ‘নৈতিকভাৱে বিতৰ্কিত প্ৰকৃতি’ৰ বাবে এই অস্বাভাৱিক বাইণ্ডিং কেনেকৈ আঁতৰাই পেলাব সেয়া সদৰী কৰিছে।

Des Destinées de l’Ame (বা ডেষ্টিনিজ অৱ দ্য ছ’ল) নামৰ কিতাপখন ১৯৩০ চনৰ পৰা বিশ্ববিদ্যালয়খনৰ হাউটন লাইব্ৰেৰীত ৰখা হৈছে। কিন্তু ২০১৪ চনত এই গ্ৰন্থখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰে যেতিয়া পৰীক্ষাত এইখন মানুহৰ ছালেৰে বন্ধোৱা বুলি নিশ্চিত কৰা হৈছিল।

যোৱা বুধবাৰে বিশ্ববিদ্যালয়খনে কয় যে “সতৰ্কতাৰে অধ্যয়ন, অংশীদাৰসকলৰ বিচাৰ আৰু বিবেচনা”ৰ পিছত ইয়াৰ মানুহৰ ছালৰ বাইণ্ডিং আঁতৰাই পেলাব আৰু “এই মানৱ অৱশিষ্টৰ চূড়ান্ত মৰ্যাদাপূৰ্ণ সৎকাৰ কৰিবলৈ” কৰ্তৃপক্ষৰ সৈতে কাম কৰিব।

Apply Now

লগতে পঢ়কঃ মধ্যবিত্তৰ মূৰত ৰামটাঙোন! ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পেৰাচিটামলকে ধৰি ৮০০ বিধ ঔষধৰ দাম

এই কিতাপখন ৯০ বছৰতকৈও অধিক সময় বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত ৰখা আছিল। ১৮৮০ চনত আৰ্চিন হুছে আত্মা আৰু মৃত্যুৰ পিছৰ জীৱনক লৈ মেডিটেশ্যন গ্ৰন্থ De Destinee do Lamo লিখিছিল। তেওঁৰ ডাক্তৰ বন্ধু লুডভিচ ব’লেণ্ডক এই কিতাপখন দিয়া বুলি জনা যায়। তেওঁৱেই কিতাপখন মানুহৰ ছালেৰে বন্ধাই থৈছিল।

স্বাভাৱিক কাৰণত মৃত্যু হোৱা এগৰাকী মহিলা ৰোগীৰ ছালেৰে বন্ধাই থোৱা আছিল কিতাপখন। সেই মহিলাগৰাকীৰ মৃতদেহৰ বাবে কোনো দাবীদাৰ নাছিল বুলিও জনা যায়।

১৯৩৪ চনত ‘ডে ডেষ্টিন ডু লেম’ হাৰ্ভাৰ্ডলৈ অনা হয়। তেতিয়া এই কিতাপখনৰ সৈতে ডাক্তৰ বুলেণ্ডৰ এটা টোকাও আছিল।

লগতে পঢ়কঃ দেখা দিছে নেকি এইবোৰ লক্ষণে? তেন্তে প্ৰটিনৰ অভাৱ হৈছে আপোনাৰ দেহত

সেই টোকাটোত লিখা আছিল, “মানৱ আত্মাৰ বিষয়ে লিখা কিতাপ এখন মানুহৰ আৱৰণ থকাটোৱে উপযুক্ত”। হাউটন লাইব্ৰেৰীয়েও অচিনাক্ত মহিলাগৰাকীৰ জীৱনৰ ওপৰত গৱেষণা কৰিছে।

বুলাণ্ডে লিখিছিল যে ‘এন্থ্ৰ’প’ডাৰ্মিক’ শব্দটো ষোড়শ শতিকাৰ পৰাই ব্যৱহাৰ হৈ আহিছে, যাৰ অৰ্থ হ’ল মানুহৰ ছালেৰে কিতাপ আৱৰণ বন্ধোৱা। সেই শতিকাত ইয়াৰ প্ৰচলন আছিল।

যদি কোনোবাই অপৰাধ কৰিছিল তেন্তে সেইটো তেওঁৰ ছালত লিখি দিয়া হৈছিল। বহু সময়ত কোনো কোনোৱে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ছালেৰে কিতাপৰ ক’ভাৰ এটা বনাবলৈ আত্মীয়-স্বজন তথা বন্ধু-বান্ধৱীক অনুৰোধ কৰি গৈছিল।

লগতে পঢ়কঃ পৰম্পৰা! হোলীৰ সময়ত এখন গাঁৱত পুৰুষসকলে লয় মহিলাৰ বেশ-ভূষা, আছে এক বিশেষ কাৰণ

১৯ শতিকাৰ অসংখ্য বিৱৰণ আছে, মৃত্যুদণ্ড দিয়া অপৰাধীৰ মৃতদেহ বিজ্ঞানক দান কৰা হৈছিল। তেওঁলোকৰ ছালবোৰ পিছত কিতাপ বন্ধোৱা বাইণ্ডাৰসকলক দিয়া হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd