• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰিয়ানাত গৰু সৰবৰাহকাৰী সন্দেহত ‘ভুলতে’ দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুলীয়াই হত্যা গোৰক্ষকৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 3, 2024 11:42 am
গোৰক্ষকে গুলীয়াই হত্যা কৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আৰিয়ান মিশ্ৰ। ফটোঃ সংগ্ৰহীত।

গোৰক্ষকে গুলীয়াই হত্যা কৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আৰিয়ান মিশ্ৰ। ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ ফৰিদাবাদত স্বঘোষিত গোৰক্ষকে গুলীয়াই হত্যা কৰে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰক। আৰক্ষীৰ তথ্য অনুসৰি মৃত ছাত্ৰজনৰ নাম আৰিয়ান মিশ্ৰ। গোৰক্ষকে তেওঁৰ গাড়ীখন খেদি গৈ গুলীচালনা কৰে। ডিঙিত গুলীবিদ্ধ হোৱা আৰিয়ানক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত মৃত বুলি ঘোষণা কৰে।

সোমবাৰে নিশা আগ্ৰা-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ মতে, ফৰিদাবাদৰ এটা স্থানত তথাকথিত গোৰক্ষকে গাড়ীখন ৰখাই তালাচী চলাই আছিল। তেওঁলোকৰ হাতত এটা বিশেষ ব্ৰেণ্ডৰ দুখন বাহনত গো-মাংস কঢ়িয়াই নিয়াৰ খবৰ আহিছিল।

লগতে পঢ়কঃ ধোনী,কোহলী বা শচীন নহয়! কোন এইগৰাকী ভাৰতৰ আটাইতকৈ ধনী ক্ৰিকেটাৰ?

Apply Now

মাত্ৰ যোৱা সপ্তাহত হাৰিয়ানাত পশ্চিমবংগৰ পৰা অহা এজন প্ৰব্ৰজিত শ্ৰমিকক গোৰক্ষকে প্ৰহাৰ কৰি হত্যা কৰিছিল। হাৰিয়ানাত এনে হত্যাকাণ্ড অব্যাহত আছে। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি চলিছে। তাৰ আগতে মেৰুকৰণৰ লক্ষ্যৰে  পুনৰ গোৰক্ষীসকল সক্ৰিয় হৈ পৰা বুলি ধাৰণা কৰা হৈছে।

আৰিয়ানৰ গাড়ীখন দেখি সন্দেহ কৰি গোৰক্ষকসকলে গাড়ীখন ৰখাবলৈ কয়। কিন্তু ড্ৰাইভাৰে নুশুনিলে। কাৰণ আৰিয়ানৰ গাড়ীত তেওঁৰ দুই বন্ধু ছাংকি আৰু হৰ্ষিত আছিল। চাৰিজন গোপালক অনিল কৌশিক, কৃষ্ণ, আধেশ আৰু বৰুণৰ লগত তেওঁলোকৰ পূৰ্বতে শত্ৰুতা আছিল। চাৰিজন গোৰক্ষকে আৰ্যৰ গাড়ীৰ পিছে পিছে খেদি যায়।

লগতে পঢ়কঃ অমৃতপল সিঙৰ অধিবক্তাৰ পৰিচয়েৰে ডিব্ৰুগড়ৰ হোটেলক ৫৩ হাজাৰ টকাৰ প্ৰতাৰণা মহিলাৰ

আগ্ৰা-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰিয়ানাৰ গোধপুৰীত আৰিয়ানৰ বন্ধুসকলে গাড়ীখন ৰখাই দিয়ে। তাৰ আগতে আৰিয়ানৰ ডিঙিত পিছফালৰ পৰা আহি গুলী লাগে। গোৰক্ষকসকলে গোধপুৰীত গাড়ীখন ৰখাই দেখে যে আৰিয়ানহঁতৰ গাড়ীখনত দুগৰাকী মহিলা যাত্ৰীও আছে। তেওঁলোকে উপলব্ধি কৰে যে তেওঁলোক গো-মাংসৰ সৰবৰাহকাৰী নহয়। ভুলকৈ গাড়ীখনক লক্ষ্য কৰি লৈছিল। আৰক্ষীয়ে এতিয়াও হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd