DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় অভিলেখ: জানেনে এই গাইজনীয়ে দিনে কিমান গাখীৰ দিয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2020 9:27 pm
Haryana cow sets new national record in milk production
15.1k
VIEWS
Share on FacebookShare on Twitter

হাৰিয়ানাৰ এজনী গায়ে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰিছে।

Holstein Friesian প্ৰজাতিৰ এই গাইজনীয়ে এদিনত ৭৬.৬১ কেজি (~লিটাৰ) গাখীৰ দি ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে।

গাইজনীৰ মালিক হ’ল হাৰিয়ানাৰ কাৰ্নালৰ গালিব খেৰি গাঁৱৰ বলদেৱ সিং।

২০১৪ চনত গাইজনীয়ে প্ৰথম ৪২লিটাৰ গাখীৰ দিছিল।

পৰৱৰ্তী সময়ত গাইজনীয়ে ৫৪ লিটাৰ, ৬২ লিটাৰকৈ গাখীৰ দি আহিছিল।

গাইজনীয়ে বিভিন্ন প্ৰদৰ্শনী, মেলা আদিতো পুৰস্কাৰ লাভ কৰি আহিছে।

বলদেৱ সিঙৰ এই সফলতাৰ আঁৰত আছে কাৰ্নালৰ নেচনেল ডেইৰি ৰিচাৰ্চ ইনষ্টিটিউট।

খেতিয়কসকলক বিভিন্ন সহায় আৰু প্ৰশিক্ষণ দি অহা এই প্ৰতিষ্ঠানটোৱে বলদেৱ সিঙকো সহায় কৰিছিল।

বলদেৱ সিঙৰ এই সফলতাত প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ এম এছ চৌহানে আনন্দ প্ৰকাশ কৰিছে।

তেওঁ আশা প্ৰকাশ কৰে যে এই সফলতাই নতুন প্ৰজন্মৰ সকলকো দুগ্ধ উৎপাদনক এক লাভজনক বৃত্তি হিচাপে ল’বলৈ উৎসাহিত কৰিব।

Holstein Friesian প্ৰজাতিৰ গাই বিশ্বৰ আটাইতকৈ অধিক দুগ্ধ উৎপাদনকাৰী পশু হিচাপে জনাজাত।

এই প্ৰজাতি নেডাৰলেণ্ডছ আৰু জাৰ্মেনিৰ পৰা মূলতঃ অহা।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd