DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

পাঁচজনীয়া কৃষক পেনেল গঠনৰ কেন্দ্ৰীয় চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি কৃষক নেতাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2021 7:33 pm
Farmers Protest
163
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী কৃষকৰ দাবীৰ বিষয়ে আলোচনা কৰিবলৈ আহ্বান কৰা পাঁচজনীয়া কৃষক পেনেল গঠনৰ প্ৰতি সঁহাৰি জনাইছে কৃষক আন্দোলনৰ নেতৃত্বই।

কৃষক নেতাসকলৰ এটা পাঁচ জনীয়া পেনেলে বাকী থকা বিষয়বোৰ আলোচনা কৰিবলৈ চৰকাৰৰ সৈতে আলোচনা কৰিব। শনিবাৰে দিল্লীৰ সীমান্তৰ প্ৰতিবাদস্থলীত এখন বৈঠকত সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে সুদীৰ্ঘ এবছৰীয়া কৃষক আন্দোলনৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰে কৃষি আইন বাতিলৰ সিদ্ধান্ত লৈছিল। দুই সংসদত ইতিমধ্যে কৃষি আইন বাতিল বিধেয়ক গৃহীত হৈছে।

কিন্তু প্ৰতিবাদী কৃষকসকলে নিম্নতম সমৰ্থন মূল্য (MSP), প্ৰতিবাদকাৰীৰ বিৰুদ্ধে দাখিল কৰা গোচৰ বাদ প্ৰত্যাহাৰ কৰা, শ্বহীদ কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান তথা আন কিছু দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে।

কৃষক সংগঠনসমূহৰ কেন্দ্ৰীয় সংস্থা সংযুক্ত কিষাণ মৰ্চাৰ দ্বাৰা আয়োজিত বৈঠকখন শনিবাৰে দিল্লীৰ ওচৰৰ সিংগু সীমান্তত আন্দোলনৰ ভৱিষ্যতৰ কৰ্মসূচী নিৰ্দ্ধাৰণৰ বাবে অনুষ্ঠিত কৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে MSP আৰু অন্যান্য বিষয়ত চৰ্চাৰ বাবে এটা পেনেল গঠন কৰিবলৈ এছকেএমৰ পৰা পাঁচজন কৃষক নেতাৰ নাম বিচাৰিছিল।

ইয়াৰ পিছতে এছকেএমে এক বিবৃতিত কৈছিল যে নেতাসকলে বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ পৰা এটা ফোন কল পাইছিল কিন্তু কোনো আনুষ্ঠানিক যোগাযোগ হোৱা নাছিল।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd