• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজনীতিত দ্বিতীয় ইনিংছ আৰম্ভ কৰিব নেকি হৰভজন সিঙে? কি ক’লে তাৰকাগৰাকীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2021 6:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতিত দ্বিতীয় ইনিংছ আৰম্ভ কৰিব নেকি হৰভজন সিঙে? কংগ্ৰেছত যোগ দিব নে বিজেপিত যোগ দিব টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰজনে? পাঞ্জাৱ কংগ্ৰেছৰ নতুন মুখ হৈ পৰিব নেকি হৰভজন সিং?

শুকুৰবাৰে ক্ৰিকেট তাৰকাগৰাকীয়ে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰগ্ৰহণ কৰিছে। তাৰপাছতে তাৰকাৰগৰাকীয়ে ৰাজনীতিত যোগ দিয়াক লৈ চৰ্চা চলিছে।

Apply Now

অৱশ্যে সদ্যহতে তাৰকাগৰাকীয়ে এইসমূহৰ উত্তৰ দিব বিচৰা নাই। সাংবাদিকৰ আগত তেওঁ কয় যে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ এতিয়ালৈকে একো ভবা নাই।

ইতিমধ্যে কেইবাটাও ৰাজনৈতিক দলৰ পৰা তেওঁ প্ৰস্তাৱ লাভ কৰিছে বুলি মন্তব্য কৰে হৰভজনে। যদি ৰাজনীতিত জড়িত হয়, তেন্তে সকলোকে এই বিষয়ে সময়ত জনোৱা হ’ব বুলিও তেওঁ কয়।

তাৰকাগৰাকীক লৈ এই চৰ্চা আৰম্ভ হয় কিছু দিন পূৰ্বে পঞ্জাৱৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোত সিং সিদ্ধুৱে সামাজিক মাধ্যমত প’ষ্ট কৰা এখন ফটোক লৈ।

সিদ্ধুৱে হৰভজনক লগ কৰাৰ এখন ফটো প’ষ্ট কৰে। ফটোখনৰ স’তে ইংৰাজীত তেওঁ কৌশলপূৰ্ণভাৱে এষাৰি বাক্য লিখে। তেওঁ লিখে যে ফটোখনে বহুতো সম্ভাৱনা প্ৰকট কৰিছে।

হৰভজনক তেওঁ shining star তথা উদ্ভাসিত তাৰকা হিচাপেও আখ্যা দিয়ে। কিন্তু খেলপথাৰত এগৰাকী কিংম্বদন্তি হিচাপে ইতিমধ্যে হৰভজন জনাজাত হৈ পৰিছে। কিন্তু তেনেস্থলত কিয় তাৰকাগৰাকীক উদ্ভাসিত তাৰকা বুলি সিদ্ধুৱে আখ্যা দিছে, সেই লৈও চৰ্চা আৰম্ভ কৰিছে। ৰাজনৈতিক জগততো উদ্ভাসিত তাৰকা হৈ পৰিবলৈ উলাইছে নেকি হৰভজন?

অৱশ্যে পাছত ফটোখনক লৈ হৰভজনে কয় যে যিহেতু পঞ্জাৱৰ নিৰ্বাচন চমু চাপি আহিছে, সেয়ে সিদ্ধুৰ স’তে তোলা ফটোখনক লৈ চৰ্চা আৰম্ভ হৈছে। প্ৰকৃততে সিদ্ধুৰ স’তে সাক্ষাৎটো ৰাজনৈতিক নাছিল বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে হৰভজনে ৰাজনীতিত প্ৰৱেশ কৰাৰ বিষয়টো ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ সময়তো উত্থাপন হৈছিল। তেতিয়াও তেওঁ বিষয়টো অগ্ৰাহ্য কৰিছিল।

আনহাতে, অহা ফেব্ৰুৱাৰী-মাৰ্চত পঞ্জাৱত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে কংগ্ৰেছ- বিজেপি- আকালী দল আৰু আম আদমী পাৰ্টিয়ে ৰাজ্যখনক লৈ ব্যস্ত হৈ পৰিছে। কৃষি আইন বিৰোধী আন্দোলনৰ পৰাও ৰাজনৈতিক দল গঠন হৈছে।

তেনেস্থলত হৰভজন সিঙৰ দৰে চেলিব্ৰেটিয়ে কংগ্ৰেছত যোগদান কৰাৰ চৰ্চাটো লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd