• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিচ্ছেদ হৈছে? হৃদয় ভাঙিছে? হ’ব পাৰে হাৰ্টৰ সমস্যা 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2023 8:15 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহ আজিকালি খুবেই ব্যস্ত। যাৰ বাবে মানুহৰ মানসিক চাপো বাঢ়িছে। সময়ৰ লগে লগে মানুহৰ প্ৰেমৰ ধৰণো সলনি হৈছে। 

প্ৰেমক লৈ আজিকালি হুমুনিয়াহ কাঢ়িবলৈ বেছি সময় নালাগে। এই হৃদয় বিদাৰক বেদনাই আপোনাক কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও ধ্বংস কৰিব পাৰে। 

Apply Now

বিচ্ছেদ বা সম্পৰ্কৰ দুখ-যন্ত্ৰণাই মানুহক ক্ৰমশঃ মানসিকভাবে দুৰ্বল কৰি তোলাৰ লগতে শাৰীৰিক ভাবেও দুৰ্বল কৰি তোলে। বিচ্ছেদে মানুহক এক গভীৰ দুখ দি যায়। কিন্তু এই দুখ যন্ত্ৰণাবোৰেই কঢ়িয়াই আনিব পাৰে বিপদ। বিচ্ছেদৰ আৱেগ বা যন্ত্ৰণাই একাধিক হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

হয়, এক আশ্চৰ্যজনক তথ্য দাঙি ধৰিছে বিশেষজ্ঞসকলে । অত্যধিক মানসিক চাপে অজানিতে হৃদযন্ত্ৰৰ ক্ষতি কৰে। কাৰণ মানসিক চাপ বাঢ়িলে শৰীৰত কেটেকোলামাইন নামৰ হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। ফলত আমাৰ শৰীৰত অক্সিজেনৰ চাহিদা বাঢ়ি যায়। আৰু এই অতিৰিক্ত অক্সিজেন যোগান ধৰাৰ সময়তে হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে। 

কেৱল সেয়াই নহয়, অহৰহ মানসিক চাপ বাঢ়ি যায় আৰু কেতিয়াবা ৰক্তচাপও বৃদ্ধি পায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ আকৃতিও সলনি হ’ব পাৰে। কেৱল এয়াই নহয়, হৃদস্পন্দনৰ ছন্দতো অস্বাভাৱিকতাৰ সৃষ্টি কৰে।

যদি মানুহৰ তীব্ৰ মানসিক চাপত থাকে তেন্তে ক’ৰ’নাৰী ধমনীবোৰে হৃদযন্ত্ৰলৈ পৰ্যাপ্ত তেজ যোগান ধৰিব নোৱাৰে। ইয়াৰ ফলত বুকুৰ বিষ হয়, যাক মায়োকাৰ্ডিয়াল ইস্কেমিয়া বোলা হয়। 

তদুপৰি হৃদস্পন্দন অস্বাভাৱিকভাৱে বাঢ়িলে মগজুত তেজ জমা হ’ব পাৰে। ইয়াৰ উপৰিও বিশেষজ্ঞসকলৰ মতে দীৰ্ঘদিনীয়া মানসিক চাপ বা আৱেগিক চাপত মানসিক চাপৰ হৰম’ন নিৰ্গত হয়, যিয়ে তেজৰ চেনি, কলেষ্টেৰল, ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি কৰিব পাৰে।

ইয়াৰ উপৰিও অত্যধিক মানসিক চাপে মানুহক সমাজৰ স্বাভাৱিক প্ৰবাহৰ পৰা আঁতৰাই দিয়ে। ফলত মানুহ ক্ৰমান্বয়ে অকলশৰীয়া হৈ পৰে, আপোনজনৰ লগত সামাজিক যোগাযোগ বন্ধ হৈ যায়। টোপনি কমি যায়। কেৱল সেয়াই নহয়, বহুতে আকৌ এই সমস্যাত ভুগি অত্যধিক ফাষ্ট ফুড খাবলৈ আৰম্ভ কৰে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ শৰীৰত পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd