DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কনিষ্ঠ ছাত্ৰক ৰেগিং: পাঁচ ছাত্ৰক ব্যতিক্ৰমী শাস্তিৰ বিধান উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2022 7:00 pm
Punishment for ragging

প্ৰতিনিধিত্বমূলক ফটো

169
VIEWS
Share on FacebookShare on Twitter

মহাবিদ্যালয়ৰ কনিষ্ঠ ছাত্ৰক ৰেগিং কৰি এক বিশেষ ধৰণৰ শাস্তিৰ সন্মুখীন হৈছে কেৰালাৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পাঁচজন ছাত্ৰ। কেৰালা উচ্চ ন্যায়ালয়ে ৰেগিং গোচৰত অভিযুক্ত শিক্ষাৰ্থী কেইজনক শাস্তি স্বৰূপে সমাজ সেৱা কৰিবলৈ নিৰ্দেশ দিছে।

কেৰালা উচ্চ ন্যায়ালয়ে ৰেগিঙত অভিযুক্ত ছাত্ৰ পাঁচজনক কোল্লাম জেনেৰেল চিকিৎসালয়ত দুসপ্তাহৰ বাবে সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে।

ন্যায়াধীশ কে হৰিপালে অভিযুক্ত ছাত্ৰ পাঁচজনক ২১ মাৰ্চত কোল্লাম জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিবৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিবে চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে আলোচনা কৰি দিনে কমেও আঠ ঘণ্টাকৈ দুসপ্তাহৰ বাবে ছাত্ৰ কেইজনক সামাজিক সেৱা আগবঢ়াবলৈ দায়িত্ব অৰ্পণ কৰিব।

আদালতে স্পষ্ট কৰি দিয়ে যে সমাজ সেৱাৰ সন্তোষজনক প্ৰমাণপত্ৰ লাভ কৰাৰ পিছতহে অভিযুক্ত ছাত্ৰ কেইজনক দোষমুক্ত কৰা হ’ব।

অভিযুক্ত এম এছ হৰিকৃষ্ণন, এম চাহল মুহাম্মাদ, অভিষেক অনন্তৰামন, নাভান আনিস আৰু অস্বিন মনোহৰে তেওঁলোকৰ বিৰুদ্ধে দাখিল কৰা ৰেগিং গোচৰ বাতিলৰ অনুৰোধ জনাই আদালতত আবেদন দাখিল কৰিছি।

এই আৱেদনৰ শুনানি গ্ৰহণ কৰি কেৰালা উচ্চ ন্যায়ালয়ে এই ব্যতিক্ৰমী শাস্তিৰ বিধান প্ৰদান কৰে।

Recent News

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd