• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিউমোনিয়াৰ থলুৱা ভেকচিন ‘নিউমোচিল’ উন্মোচন স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 29, 2020 5:36 pm

1 min read

নিউমোনিয়াৰ থলুৱা ভেকচিন ‘নিউমোচিল’ উন্মোচন স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনৰ
229
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে ভাৰতৰ প্ৰথমটো থলুৱাভাৱে নিৰ্মিত নিউমোনিয়াৰ ভেকচিন ‘নিউমোচিল’ আনুষ্ঠানিকভাৱে মুকলি কৰে।

চেৰাম ইষ্টিটিউট অফ ইণ্ডিয়া(এছ আই আই)ই নিউমোনিয়াৰ থলুৱাভাৱে নিৰ্মিত নিউমোনিয়াৰ ভেকচিনটো প্ৰস্তুত কৰি উলিয়াইছে।

‘‘ভাৰতে যিকোনো ভেকচিন কম খৰচত সুৰক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰাকৈ প্ৰস্তুত কৰি উলিওৱাৰ এয়া এক উদাহৰণ,’’ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে নিউমোচিল মুকলি কৰি এনেদৰে কয়।

আনহাতে, চেৰাম ইষ্টিটিউট অফ ইণ্ডিয়াৰ মুখ্য কাৰ্য্যবাহী আধৰ পোনাৱালাই কয় যে, নিউমোনিয়াৰ ভেকচিন নিউমোচিল চৰকাৰী বজাৰত ২২০ টকাত আৰু ব্যক্তিগত বজাৰত ৭৩৫ টকাত উপলব্ধ হ’ব।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত নিউমোনিয়াৰ ভেকচিন প্ৰস্তুত হোৱা বাতৰিয়ে জনসাধাৰণক উৎসাহিত কৰিছে।

দেশত কোভিডৰ সংক্ৰমণত প্ৰাণ হেৰুওৱা অধিকাংশ লোকৰে ডায়াবেটিছ আৰু নিউমোনিয়াত আক্ৰান্ত হোৱা।

ইপিনে, চেৰাম ইষ্টিটিউটে অক্সফোৰ্ডৰ সৈতে সন্মিলিতভাৱে ক’ৰ’নাৰ ভেকচিন বিকাশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশেষকৈ ক’ৰ’নাৰ ভেকচিন উৎপাদনৰ ক্ষেত্ৰত চেৰাম ইষ্টিটিউট অফ ইণ্ডিয়াৰ অৱদান অতি গুৰুত্বপূৰ্ণ নায়।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd